ETV Bharat / state

সংকটত মাৰ্ঘেৰিটা কয়লা উদ্যোগ! - মাৰ্ঘৰিটা

কৰ্মচাৰীক কৰ্মস্থান বদলিৰ বাবে মুখ্য কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশনাৰ বিৰেধিতা কৰি কেইবাশতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ ৷ অৰুণাচল চৰকাৰৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ ৷

সংকটত মাৰ্ঘৰিটা কয়লা উদ্যোগ
author img

By

Published : Aug 29, 2019, 8:01 PM IST

Updated : Sep 9, 2019, 2:28 PM IST

মাৰ্ঘেৰিটা,29আগষ্টঃ বন্ধ হৈ যাব নেকি উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা? প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰী সকলক তাৎক্ষণিক ভাৱে অন্য কয়লা ক্ষেত্ৰলৈ বদলিৰ আবেদনৰ নিৰ্দেশ দিয়াক লৈ সকলোৰে মনত সৃষ্টি হৈছে এই প্ৰশ্নৰ ৷ বৃহস্পতিবাৰে এই বিষয়ক লৈ কয়লা শ্ৰমিক সংগঠনসমূহৰ নেতৃত্বত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিষ্ঠানটোৰ কলকাতাস্থিত মুখ্য কাৰ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তুৰ তীব্ৰ বিৰোধিতা কৰে । প্ৰাপ্ত তথ্য মতে, প্ৰতিষ্ঠানটোৰ কলকাতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা শ্ৰমিক-কৰ্মচাৰী সকলক দেশৰ অন্য প্ৰান্তত থকা কয়লা ক্ষেত্ৰ সমূহলৈ বদলিৰ বাবে আবেদন জনোৱা হৈছে উৰ্ধতম কৰ্তৃপক্ষৰ ফালৰ পৰা ৷ শ্ৰমিক সকলৰ ভৱিষ্যত অনিশ্চিত হৈ পৰাত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে উত্তৰ পৃব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ লগতে অসম চৰকাৰৰ পৰা ক্ষতিপূৰণ বিচাৰিছে ৫৬ কোটি টকা ৷

সংকটত মাৰ্ঘৰিটা কয়লা উদ্যোগ

প্ৰতিবাদী কাৰ্যসূচীৰ পাছত দিহিং গেষ্ট হাউচত এখন সংবাদমেল অনুষ্ঠিত কৰি লেখাপানী কয়লা প্ৰকল্পৰ বাবে উত্তৰ পূব কয়লা ক্ষেত্ৰক অসম চৰকাৰে দিয়া দুশ পঞ্চাশ হেক্টৰ ভূমি অৰুণাচল চৰকাৰে নিজা বুলি দাবী কৰি নামফলক পৰ্যন্ত মৰাৰ বিস্ফোৰক অভিযোগ দিয়ে শ্ৰমিক সংগঠন সমূহে ।

Intro:From MARGHERITA
উত্তৰ পূব কয়লা ক্ষেত্ৰক লৈ ভাবুকি ঃ শ্ৰমিক কৰ্মচাৰীয়ে কৰিলে ঘেৰাও

O.C বন্ধ হৈ যাব নেকি উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা ।প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰী সকলক তাৎক্ষণিক ভাৱে অন্য কয়লা ক্ষেত্ৰলৈ বদলিৰ আবেদনৰ নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰশ্ন । আজি কয়লা শ্ৰমিক সংগঠনসমূহৰ নেতৃত্বত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে উত্তৰ পৃব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিষ্ঠানটোৰ কলিকতাস্থ মুখ্য কাৰ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তুৰ তীব্ৰ বিৰোধিতা কৰে । ইয়াৰ লগতে অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে ৫৬ কোটি টকা আদায় লৈয়ো প্ৰায় বাৰ বছৰে বনভূমি ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাৰ বাবেই প্ৰতিষ্ঠানটোৱে উৎপাদন বৃদ্ধি কৰিব পৰা নাই বুলি আভিযোগ উঠিছে ।

V.O . ৰাজ্যৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰৰ ভৱিষ্যতকলৈ অনিশ্চয়তা নামি আহিছে । প্ৰতিষ্ঠানটোৰ কলিকতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা শ্ৰমিক- কৰ্মচাৰী সকলক দেশৰ অন্য প্ৰান্তত থকা কয়লা ক্ষেত্ৰ সমূহলৈ বদলিৰ বাবে আবেদন জনোৱাৰ নিৰ্দেশক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে এই অনিশ্চয়তা । আজি সকলো কয়লা শ্ৰমিক সংগঠন সমৃহৰ নেতৃত্বত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে উত্তৰ পৃব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিষ্ঠানটোৰ কলিকতাস্থ মুখ্য কাৰ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তুৰ তীব্ৰ বিৰোধিতা কৰে । ইয়াৰ লগতে অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে ৫৬ কোটি টকা আদায় লৈয়ো প্ৰায় বাৰ বছৰে বনভূমি ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাৰ বাবেই প্ৰতিষ্ঠানটোৱে উৎপাদন বৃদ্ধি কৰিব পৰা নাই বুলি অভিযোগ কৰি অসম চৰকাৰৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ পাছত দিহিং গেষ্ট হাউচত এখন সংবাদমেল অনুষ্ঠিত কৰি দেশ তথা ৰাজ্য চৰকাৰক এক বৃহৎ ৰাজহ দি অহা প্ৰতিষ্ঠানটোক বন্ধ কৰাৰ ষড়যন্ত্ৰক তীব্ৰ সমালোচনা কৰে । 
BYTE শ্ৰমিক নেতা ।
V.O. সংবাদমেল খনত লেখাপানী কয়লা প্ৰকল্পৰ বাবে উত্তৰ পূব কয়লা ক্ষেত্ৰক অসম চৰকাৰে দিয়া দুশ পন্ঞ্চাশ হেক্টৰ ভূমিত অৰুণাচল চৰকাৰে নিজা বুলি দাবী কৰি নামফলক পৰ্যন্ত মৰাৰ বিস্ফোৰক অভিযোগ কৰে শ্ৰমিক সংগঠন সমূহে । ইয়াৰ পাছতো চৰকাৰ প্ৰশাসনৰ ভ্ৰুক্ষেপ নাই বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে । 

V.O . ৰাজ্যৰ আৰ্থ সামাজিকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা প্ৰতিষ্ঠানটোৰ বন্ধৰ ষড়যন্থক কোনোপধ্যে সফল হ'বলৈ দিয়া নহব বুলি স্পষ্ট কৰি দি সংগঠনসমূহে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে ।

Body:Byte-press meetConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Sep 9, 2019, 2:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.