- তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান
- অভিযানত চেঙাপথাৰ গাঁৱত বিষ্ফোৰক সহ আটক আলফাৰ লিংকমেন ৰিদীপ নেওগ ওৰফে ৰন্টু
- আটক কৰাৰ সময়ত ২৫০ গ্ৰাম জিলেটিন , ইলেক্ট্ৰনিক ডিতনেটৰ ,এটা ১২ ভল্ট বেটাৰীৰ লগতে দুটা মবাইল ফোন জব্দ কৰে সেনা আৰক্ষীয়েকাকপথাৰত আলফাৰ লিংকমেন আটক
কাকপথাৰত আলফাৰ লিংকমেন আটক - Link man
সোমবাৰে তিনিচুকীয়াৰ কাকপথাৰত সেনা আৰক্ষীৰ যুটীয়া অভিযানত বিস্ফোৰক সহ আটক হয় আলফাৰ লিংকমেন ৰণ্টু

কাকপথাৰত আলফাৰ লিংকমেন আটক
- তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান
- অভিযানত চেঙাপথাৰ গাঁৱত বিষ্ফোৰক সহ আটক আলফাৰ লিংকমেন ৰিদীপ নেওগ ওৰফে ৰন্টু
- আটক কৰাৰ সময়ত ২৫০ গ্ৰাম জিলেটিন , ইলেক্ট্ৰনিক ডিতনেটৰ ,এটা ১২ ভল্ট বেটাৰীৰ লগতে দুটা মবাইল ফোন জব্দ কৰে সেনা আৰক্ষীয়েকাকপথাৰত আলফাৰ লিংকমেন আটক
BREAKING:
তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান৷
অভিযানত চেঙাপথাৰ গাঁৱত বিষ্ফোৰক সহ আটক আলফাৰ লিংকমেন ৰিদীপ নেওগ ওৰফে ৰন্তু
আটক কৰাৰ সময়ত ২৫০ গ্ৰাম জিলেটিন , ইলেক্ট্ৰনিক ডিতনেটৰ ,এটা ১২ ভল্ট বেটাৰীৰ লগতে দুটা মবাইল ফন জব্দ কৰে সেনা আৰক্ষীয়ে ।