তিনিচুকীয়া, 11 জুন : বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস , ONGC ৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা, ONGC ৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তাক লৈ গঠন কৰিছে কমিটি খন ।
![baghjan oil incident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tsk-04-high-level-committee-7203862_11062020235652_1106f_1591900012_999.jpg)
লগতে পঢ়ক : বাঘজানৰ সৰ্বস্বান্ত সকলৰ বিননি শুনিবনে অইলৰ শীৰ্ষ বিষয়াসকলে ?