তিনিচুকীয়া, 29 জুলাইঃ তিনিচুকীয়াৰ কাকপথাৰ গ্ৰামীণ বিকাশ বেংকত অথন্তৰ ৷ দুই শাখা প্ৰবন্ধকৰ বিৰুদ্ধে ধন আত্মসাৎ অভিযোগ ৷ এক প্ৰতিবেদন.......
কাকপথাৰত প্ৰবন্ধকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ - assam news
প্ৰবন্ধক পূৰ্ণানন্দ ফুকন আৰু সহকাৰী প্ৰবন্ধকৰ বিৰুদ্ধে গ্ৰামীণ বিকাশ বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কাকপথাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ
কাকপথাৰত প্ৰবন্ধকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ
তিনিচুকীয়া, 29 জুলাইঃ তিনিচুকীয়াৰ কাকপথাৰ গ্ৰামীণ বিকাশ বেংকত অথন্তৰ ৷ দুই শাখা প্ৰবন্ধকৰ বিৰুদ্ধে ধন আত্মসাৎ অভিযোগ ৷ এক প্ৰতিবেদন.......
Intro:কাকপথাৰৰ গ্ৰামীণ বেংকৰ পৰা ধন আত্মসাৎ কৰি পলাতক দুই প্ৰবন্ধক
কাকপথাৰ : কাকপথাৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা শাখা প্ৰবন্ধকে ধন আত্মসাৎ কৰাৰ অভিযোগ আহিছে ৷ বেংকটোৰ কাকপথাৰ শাখাৰ তদানীন্তন প্ৰবন্ধক পূৰ্ণানন্দ ফুকন আৰু সহকাৰী প্ৰবন্ধক মাধুৰ্য মোহন দেউৰীৰে চলিত বৰ্ষৰ মাৰ্চ মাহত মাধুৰ্য মোহন দেউৰী আৰু তেওঁৰ ভাতৃ ময়ুৰপ্ৰতিম দেউৰীৰ নামত বেংকটোত থকা যুটীয়া একাউণ্ট নম্বৰ 7338010052775ত 5,72,853 টকা বেংকৰ ধন জমা কৰি পৰৱৰ্তী সময়ত সকলো ধন উলিয়াই আত্মসাৎ কৰে ৷ গ্ৰামীণ বিকাশ বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইতিমধ্যে দুই পৰিচালকৰ বিৰুদ্ধে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰিছ ৷ কাকপথাৰ আৰক্ষীয়ে 120(B)/409/34, ৩৪/2019 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও পৰিচলকদ্বয় পলায়ন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান কাকপথাৰ গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালকৰ দায়িত্বত থকা চিন্টু দাসে জনোৱা মতে দুয়োগৰাকী পৰিচালককে ইতিমধ্য চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ৰ পৰা গোটেই বিষয়টো তদাৰক কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷ ক্ষুদ বেংকৰ শাখা প্ৰবন্ধকে এইদৰে বেংকৰ ধন আত্মসাৎ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাত ৷Body:Byte : Bank MenagerConclusion:Mintu Talukdar
Sadiya