- আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ কামাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ অন্য দুগৰাকী অভিযুক্ত
- তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পদ্ম চাউৰক (২৭)আৰু ৰূক্ম চাউৰক (২৫)আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত
- দুয়োগৰাকী অভিযুক্ত বাৰেকুৰি বৰগাঁৱৰ পেটুৱা চাউৰক নামৰ এজন লোকৰ পুত্ৰআৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত
- ইয়াৰ পূৰ্বে আৰক্ষীয়ে মিণ্টু চুতীয়া, বিতুপন চুতীয়া আৰু বিজিত চুতীয়া নামৰ তিনিগৰাকী লোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল
আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুই অভিযুক্ত - হত্যাকাণ্ড
টিংৰাইত অনুষ্ঠিত হোৱা অসম মৰাণ সভাৰ অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচীৰ পৰা উভতি অহাৰ পথত কামাণ্ডো গৰাকীক হত্যা কৰিছিল দুৰ্বৃত্তই ৷

আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত
- আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ কামাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ অন্য দুগৰাকী অভিযুক্ত
- তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পদ্ম চাউৰক (২৭)আৰু ৰূক্ম চাউৰক (২৫)আৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত
- দুয়োগৰাকী অভিযুক্ত বাৰেকুৰি বৰগাঁৱৰ পেটুৱা চাউৰক নামৰ এজন লোকৰ পুত্ৰআৰক্ষীৰ জালত গিৰিশ দত্ত হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত
- ইয়াৰ পূৰ্বে আৰক্ষীয়ে মিণ্টু চুতীয়া, বিতুপন চুতীয়া আৰু বিজিত চুতীয়া নামৰ তিনিগৰাকী লোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল
Breaking.
অৱশেষত আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ দক্ষ কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ অন্য দুগৰাকী অভিযুক্ত ।
তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত পদ্ম চাউৰক (২৭)আৰু ৰূক্ম চাউৰক (২৫) ।
দুয়োগৰাকী অভিযুক্ত বাৰেকুৰি বৰগাঁৱৰ পেটুৱা চাউৰক নামৰ ব্যক্তিগৰাকীৰ পুত্ৰ ।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মিণ্টু চুতীয়া, বিতুপন চুতীয়া, আৰু বিজুত চুতীয়া নামৰ তিনিগৰাকী হত্যাকাৰীক ।