ETV Bharat / state

বানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও

author img

By

Published : Jun 24, 2020, 6:34 PM IST

কাকপথাৰৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাৰ ফলত ব্যাহত হোৱাৰ দিশে অসম-অৰুণাচল প্ৰদেশৰ সংযোগ ৷ বৰ্তমান তিনিচুকীয়াৰ ভিন্ন অংশত বানৰ প্ৰকোপৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ৷

Flood at kakopathar tinsukia assam etv bharat news
বানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও

শদিয়া,24 জুন: ৰাজ্যত মঙলবাৰৰ নিশাৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাই ৷ জিলাখনৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় ৫০ খনতকৈ অধিক গাঁও পৰিছে বানৰ কবলত ৷ গৃহস্থৰ ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত নষ্ট হৈছে বহু মূল্যৱান সম্পদ ৷ জীৱন ৰক্ষাৰ নিমিত্তে ৰাইজে পশুধন সহিতে অৱস্থান কৰিছে ওখ স্থানত ৷ ইফালে বানৰ প্ৰকোপ বৃদ্ধিৰ বাবে সংযোগ বিছিন্ন হোৱাৰ উপক্ৰম ঘটিছে অসম-অৰুণাচল সংযোগী 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৷ সম্প্ৰতি অঞ্চলটোত বানৰ বাবে ব্য়াহত হৈছে যাতায়ত ব্য়ৱস্থা ৷

বানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও

লগতে চাওকঃ ডিব্ৰুগড়ৰত নিচা মুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.