- তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ ৷
- বৰধুমচা আৰক্ষী থানৰ অন্তৰ্গত ডিব্ৰু নদীৰ সমীপৰ পেঙেৰীৰ ২ নং কুজুপাথৰত পুনৰ গুলীবর্ষণ দুয়োপক্ষৰ ৷
- শনিবাৰে আবেলিৰ পৰাই অঞ্চলটোত মোতায়ন কৰা হৈছিল আৰক্ষী আৰু সেনা বাহিনীৰ লোকক ।
- ৰূপম অসমৰ তত্বাবধানত আলফা(স্বা)ৰ(ULFA I) দলটো থকা বুলি সন্দেহ কৰা হৈছে ৷
- সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে ।
তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ - ৰূপম অসমৰ তত্বাবধানত আলফা
তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ ৷ বৰধুমচা আৰক্ষী থানৰ অন্তৰ্গত ডিব্ৰু নদীৰ সমীপৰ পেঙেৰীৰ ২ নং কুজুপাথৰত পুনৰ গুলীবর্ষণ দুয়োপক্ষৰ ৷
তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ