ETV Bharat / state

মাৰ্ঘেৰিটাত জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে এখন ধাবা - margherita fire incident

মাৰ্ঘেৰিটাত ভয়াবহ অগ্নিকাণ্ড ৷ নিমিষতে জুইত জাহ গ'ল এখন ধাবা ৷ বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ ৷ ধাবা খনত চোৰাং তেল মজুত ৰখাৰ অভিযোগ একাংশ ৰাইজৰ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

A_MRG_802_fire_engulfed_dhaba_in_margherita_vis_asc10026
fire engulfed a dhaba in margherita
author img

By

Published : Feb 18, 2021, 8:16 PM IST

মাৰ্ঘেৰিটা, 18 ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৰহস্যজনক অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ পাৱৈৰ ভগৱান শ্বাহ নামৰ এজন ব্যক্তিৰ ধাবাত এই অগ্নিকাণ্ডটো সংঘটিত হয় ৷

A_MRG_802_fire_engulfed_dhaba_in_margherita_vis_asc10026
ধাবা খনত চোৰাং তেল মজুত ৰখাৰ অভিযোগ একাংশ ৰাইজৰ

ইতিমধ্যে অৰ্ধেক অংশ জুইত জাহ খোৱা ধাবাখনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'বলৈ পালে সেই সন্দৰ্ভত এতিয়াও কোন তথ্য পোহৰলৈ অহা নায় ৷ বৈদ্যুতিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও বহুতে ধাবা খনত মজুত ৰখা তেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলিও ক'ব খোজা পৰিলক্ষিত হৈছে ৷

ঘটনাস্থলীত উপস্থিত থকা একাংশই ধাবা খনৰ গৰাকী জন চোৰাং তেলৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অগ্নিসংযোগৰ কাৰণো চোৰাং তেল বুলি দাবী কৰিছে ৷

লগতে পঢ়ক: নাজিৰাত তীব্ৰবেগী ট্ৰাকে প্ৰাণ কাঢ়িলে এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.