ETV Bharat / state

তিনিচুকীয়াত শুভাৰম্ভ জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনী - scheme tinsukia

তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈ পাৰৰ গুইজান ঘাটত শুভ উদ্বোধন হয় অসম চৰকাৰৰ পৰিবহন বিভাগৰ আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন আৰু অসম জলপৰিবহন সঞ্চালকৰ দ্বাৰা আয়োজিত যন্ত্ৰচালিত নাৱৰ ৷

Jibondinga scheme tinsukia
তিনিচুকীয়াত শুভাৰম্ভ জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনী
author img

By

Published : Dec 6, 2020, 8:54 PM IST

তিনিচুকীয়া, 6 ডিচেম্বৰ : তিনিচুকীয়াত জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ ।

launching Jibondinga scheme at tinsukia
তিনিচুকীয়াত শুভাৰম্ভ জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনী

শনিবাৰে তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈ পাৰৰ গুইজান ঘাটত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন আৰু অসম জলপৰিবহণ সঞ্চালকৰ দ্বাৰা আয়োজিত যন্ত্ৰচালিত নাৱৰ শুভ উদ্বোধন কৰে ।

এই প্ৰদৰ্শনীৰ জৰিয়তে এক্সকৰ্ট আৰু গ্ৰেভিষ্ট কোম্পানীৰ নতুনকৈ মেৰিণ ইঞ্জিন ৭০ শতাংশ ৰেহাই মূল্যত কেনেদৰে পাব পাৰি সেই সম্পৰ্কে বিতংকৈ অৱগত কৰা হ'ব ।লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰে আলোচনাৰ অন্তত কৃষি আইন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.