তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰীঃ অবৈধ চুলাই মদৰ বিৰুদ্ধে তিনিচুকীয়াত অব্যাহত আছে আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে ডুমডুমাৰ তালাপ লাইনাত যথেষ্ট সংখ্যক চুলাই মদৰ ঘাটিত উচ্ছেদ চলায় আবকাৰী বিভাগে ৷ উল্লেখ্য যে, চুলাই মদৰ ঘাটি ৰূপে খ্যাত তালাপ লাইনাত কেইবাবছৰ ধৰি অবৈধ চুলাই মদৰ ব্যৱসায় চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে ৷ কিন্তু আৰক্ষী তথা আবকাৰী বিভাগে এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাছিল ৷
তালাপ লাইনাত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান - talap
অবৈধ চুলাই মদৰ বিৰুদ্ধে তিনিচুকীয়াত অব্যাহত আছে আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান
তালাপ লাইনাত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান
তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰীঃ অবৈধ চুলাই মদৰ বিৰুদ্ধে তিনিচুকীয়াত অব্যাহত আছে আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে ডুমডুমাৰ তালাপ লাইনাত যথেষ্ট সংখ্যক চুলাই মদৰ ঘাটিত উচ্ছেদ চলায় আবকাৰী বিভাগে ৷ উল্লেখ্য যে, চুলাই মদৰ ঘাটি ৰূপে খ্যাত তালাপ লাইনাত কেইবাবছৰ ধৰি অবৈধ চুলাই মদৰ ব্যৱসায় চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে ৷ কিন্তু আৰক্ষী তথা আবকাৰী বিভাগে এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাছিল ৷
Intro:From:Prasanta Khatowal
STORY:-তালাপ লাইনাত আৰক্ষী-আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান
OC/VO:-অবৈধ চুলাই মদৰ বিৰুদ্ধে তিনিচুকীয়াত অব্যাহত আছে আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান৷ বৃস্পতিবাৰে ডুমডুমাৰ তালাপ লাইনাত যথেষ্ট সংখ্যক চুলাই মদৰ ঘাটি উচ্ছেদ চলাই৷ উল্লেখ্য যে চুলাই মদৰ ঘাটি ৰূপে ক্ষাত তালাপ লাইনাত কেইবাবছৰ ধৰি অবৈধ চুলাই মদৰ ব্যৱসায় চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে৷ কিন্তু আৰক্ষী তথা আবকাৰী বিভাগে এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে CRPF বাহিনী লৈ আটছাৰ সহযোগত আৰক্ষী আৰু আবকাৰী বিভাগে তালাপ লাইনত অভিযান চলাই । অভিযানৰ সময়ত চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে গাঁতত পুতি থোৱা অৱস্থাত চুলাই প্ৰস্তুত কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰে ।অভিযানকাৰী দলটোৱে কোনো লোকক আটক কৰা নাই যদিও চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰীসমূহ জব্দ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷Body:BYET:- স্থানীয় আটছা নেতাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷