ETV Bharat / state

ডুমডুমাত পৌৰসভাৰ উচ্ছেদ অভিযান

ডুমডুমা নগৰত সোমবাৰে পৌৰসভাৰ উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি পদপথত অবৈধভাৱে দখল কৰি থকা দোকানগৃহসমূহ উচ্ছেদ কৰে চক্ৰবিষয়াই ৷

পৌৰসভাৰ উচ্ছেদ অভিযান
author img

By

Published : Nov 12, 2019, 4:44 AM IST

ডুমডুমা, 11 নৱেম্বৰঃ ডুমডুমা নগৰত সোমবাৰে পৌৰসভাৰ সহযোগত চক্ৰবিষয়াৰ উপস্থিতিত চলে উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি পদপথত অবৈধভাৱে দখল কৰি থকা দোকানগৃহসমূহ উচ্ছেদ কৰে চক্ৰবিষয়াই ৷

লগতে পঢ়কঃ জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল

পৌৰসভাৰ উচ্ছেদ অভিযান

ডুমডুমা নগৰৰ বিভিন্ন পদপথত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি বহুদিনৰ পৰা ব্যৱসায় চলাই আহিছিল । পদপথত থকা দোকানসমূহৰ বাবেই একাংশ পথাচাৰীৰ লগতে জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷ বাৰম্বাৰ জাননী জাৰী কৰাৰ পিচটো প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি আহিছিল এইসমূহ ব্যৱসায়ীয়ে ৷ যাৰ বাবে সোমবাৰে এইদৰে উচ্ছেদ অভিযান চলায় প্ৰশাসনে ৷ স্থানীয় চক্ৰবিষয়াৰ উপস্থিতিত চলে এই উচ্ছেদ অভিযান ৷ নগৰখনৰ পদপথসমূহ সম্পূৰ্ণপৰূপে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব বুলি জনায় চক্ৰবিষয়াগৰাকীয়ে ৷

Intro:Date: 11-11-2019

Slug: ডুমডুমাত পৌৰ সভাৰ উচ্চেদ অভিযান ।

V/O: ডুমডুমা নগৰৰ বিভিন্ন পদপথত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি বহুদিনৰ পৰা ব্যৱসায় চলাই আহিছিল । একাংশ ব্যৱসায়ীয়ে পদপথত দোকান স্থাপন কৰি চলাই আহিছিল ব্যৱসায় । ফলত পথাচাৰীৰ লগতে জনসাধাৰণে সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈ আহিছে । আজি ডুমডুমা পৌৰসভাই প্ৰশাসনৰ সহায়ত এইসমূহ পদপথৰ দোকানসমূহ ভাঙি উচ্চেদ চলাই । এই ব্যৱসায়ীসকলক বহুবাৰ জাননী দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল ব্যৱসায়ীসকলে । ডুমডুমা নগৰখনৰ পদপথসূহ সম্পূৰ্ণকৈ বেদখলমুক্ত নোহোৱা পৰ্যন্ত উচ্চেদ অভিযান চলি থাকিব বুলি জনাইছে ।

Byte: চক্ৰ বিষয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 11-11-2019

Slug: ডুমডুমাত পৌৰ সভাৰ উচ্চেদ অভিযান ।

V/O: ডুমডুমা নগৰৰ বিভিন্ন পদপথত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰি বহুদিনৰ পৰা ব্যৱসায় চলাই আহিছিল । একাংশ ব্যৱসায়ীয়ে পদপথত দোকান স্থাপন কৰি চলাই আহিছিল ব্যৱসায় । ফলত পথাচাৰীৰ লগতে জনসাধাৰণে সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈ আহিছে । আজি ডুমডুমা পৌৰসভাই প্ৰশাসনৰ সহায়ত এইসমূহ পদপথৰ দোকানসমূহ ভাঙি উচ্চেদ চলাই । এই ব্যৱসায়ীসকলক বহুবাৰ জাননী দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল ব্যৱসায়ীসকলে । ডুমডুমা নগৰখনৰ পদপথসূহ সম্পূৰ্ণকৈ বেদখলমুক্ত নোহোৱা পৰ্যন্ত উচ্চেদ অভিযান চলি থাকিব বুলি জনাইছে ।

Byte: চক্ৰ বিষয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.