ETV Bharat / state

অসম সাহিত্য সভাৰ সভানেত্ৰী দৌৰত পদ্মশ্ৰী ডo জয়শ্ৰী গোস্বামী মহন্ত

author img

By

Published : Nov 5, 2019, 7:44 PM IST

সাহিত্য সভাৰ নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সাহিত্যিক জয়শ্ৰী গোস্বামী। সোমবাৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভা সমূহৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰে জয়শ্ৰী গোস্বামীয়ে।

ডo জয়শ্ৰী গোস্বামী মহন্ত

তিনিচুকীয়া,5 অক্টোবৰঃ অসম সাহিত্য সভাৰ সভানেত্ৰী দৌৰত পদ্মশ্ৰী ডo জয়শ্ৰী গোস্বামী মহন্ত ৷ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ বাবে ইতিমধ্যে ৰাজ্যৰ বহু কেইগৰাকী বৰেণ্য সাহিত্যিকে মনোনয়ন পত্ৰ দাখিল কৰিছে। পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তও আছে এই দৌৰত ৷ সাহিত্য সভাৰ সভানেত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ডo জয়শ্ৰী গোস্বামী মহন্তই।

সাহিত্য সভাৰ নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সাহিত্যিক জয়শ্ৰী গোস্বামী। সোমবাৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভা সমূহৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰে জয়শ্ৰী গোস্বামীয়ে। ৬৪৩খন শাখা সমিতিয়ে নিৰ্বাচিত কৰিব লগা অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ নিৰ্বাচন শুদ্ধ আৰু সঠিক নিয়ম নীতিৰ মাজত অনুষ্ঠিত হোৱাটো বিচাৰিছে সাহিত্যিক গৰাকীয়ে। ২০১৮ চনত সাহিত্য আৰু শিক্ষাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা জয়শ্ৰী গোস্বামীৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৬৭খন। ২৩ ডিচেম্বৰত নতুনকৈ প্ৰকাশ পাব তেওঁৰ পাঁচখন গ্ৰন্থপুথি ৷

সাহিত্য সভাৰ সভানেত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ডo জয়শ্ৰী গোস্বামী মহন্তই

Intro:STORY:- অসম সাহিত্য সভাৰ সভানেত্ৰী দৌৰত পদ্মশ্ৰী ডo জয়শ্ৰী গোস্বামী

তিনিচুকীয়া,5 নৱেম্বৰ:-অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ বাবে ইতিমধ্যে ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্য সাহিত্যিকে মনোনয়ন পত্ৰ দাখিল কৰিছে। পদ্মশ্ৰী জয়শ্ৰী গোস্বামীও সাহিত্য সভাৰ সভানেত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কিছুদিনৰ পিছতেই সাহিত্য সভাৰ নিৰ্বাচনৰ বেলত পেঁপাৰো বিতৰণ কৰিব। সাহিত্য সভাৰ নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সাহিত্যিক জয়শ্ৰী গোস্বামী। সোমবাৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভা সমূহৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰে জয়শ্ৰী গোস্বামীয়ে। ৬৪৩খন শাখা সমিতিয়ে নিৰ্বাচিত হব লগা অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদ নিৰ্বাচন যাতে শুদ্ধ আৰু সঠিক নিয়ম নীতিৰ মাজত অনুষ্ঠিত হোৱাটো বিচাৰিছে সাহিত্যিক গৰাকীয়ে। ২০১৮ চনত সাহিত্য আৰু শিক্ষাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা জয়শ্ৰী গৌস্বামীৰ সদ্য প্ৰকাশিত গ্ৰন্থ ৬৭খন। ২৩ ডিচেম্বৰত আন পাঁচ খন গ্ৰন্থ প্ৰকাশ পাব।

Body:BYET:- পদ্মশ্ৰী জয়শ্ৰী গৌস্বামী

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.