ETV Bharat / state

ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ চেক বিতৰণ

author img

By

Published : Feb 18, 2021, 5:30 PM IST

নিৰ্বাচনৰ পূৰ্বে বিধায়কৰ সমষ্টি উন্নয়ণ পুজিৰ জড়িয়তে তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিত বিধায়ক দুৰ্গা ভূমিজৰ দুই কোটি টকাৰ চেক বিতৰণ ।

ডুমডুমাত চেক বিতৰণ দুৰ্গা ভূমিজৰ
ডুমডুমাত চেক বিতৰণ দুৰ্গা ভূমিজৰ

ডুমডুমা, ১৮ ফেব্ৰুৱাৰী: সন্মুখত বিধানসভা নিৰ্বাচন । তৎপৰ সকলো ৰাজনৈতিক দল-সংগঠন । নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ । নিৰ্বাচনৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ চেক বিতৰণ ।

ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজৰ চেক বিতৰণ

বৃহস্পতিবাৰে বিধায়ক দুৰ্গা ভূমিজে বিধায়কৰ সমষ্টি উন্নয়ণ পুঁজিৰ জড়িয়তে সমষ্টিটোৰ অন্তৰ্গত প্ৰায় এশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত দুই কোটি টকাৰ চেক বিতৰণ কৰে । ডুমডুমাস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত এক সভাত বিধায়ক দুৰ্গা ভূমিজে এই চেকসমূহ বিতৰণ কৰে ।

ডুমডুমাত চেক বিতৰণ দুৰ্গা ভূমিজৰ

লগতে পঢ়ক:মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.