ডুমডুমা,27 মে' : বিজ্ঞান বিভাগত ৮৩.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ মাৰ্ঘেৰিটাৰ ফিল'বাৰী বৰহোলুং অঞ্চলৰ কৃতী ছাত্ৰী মুন্মী বড়াৰ সপোনে কলি মেলোতেই যেন মৰহাৰ পথত । কাৰণ দৰিদ্ৰতাই মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ থিয় দিছে। পিতৃ গুণকান্ত বড়া আৰু ৰিজুমনি বড়াৰ কণ্যা মুন্মীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোক যিমানখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি খৰচ বহন কৰিবলৈ সমৰ্থৱান নহয় পৰিয়ালটো । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৪.১৬ শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা মুন্মীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিগবৈ আৰ.ডি.জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তৃপক্ষই মুন্মীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ভৱিষ্যতৰ উচ্চ শিক্ষাৰ কথা ভাবি এতিয়া চিন্তিত হৈ পৰিছে মুন্মীৰ লগতে মুন্মীৰ পৰিয়ালবৰ্গ ।
মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ ঠিয় দিছে আৰ্থিক দৈনতাই - ফিল'বাৰী
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা মুন্মীৰ সপোন এগৰাকী সফল চিকিৎসক হোৱাৰ ৷ কিন্তু সপোনৰ বাটত বাট আগুচি ধৰিছে দৰিদ্ৰতাই ৷ কাৰণ আৰ্থিকভাৱে জুৰুলা পৰিয়ালটো অসমৰ্থ মুন্মীৰ এই সপোন পূৰণ কৰাত ৷
ডুমডুমা,27 মে' : বিজ্ঞান বিভাগত ৮৩.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ মাৰ্ঘেৰিটাৰ ফিল'বাৰী বৰহোলুং অঞ্চলৰ কৃতী ছাত্ৰী মুন্মী বড়াৰ সপোনে কলি মেলোতেই যেন মৰহাৰ পথত । কাৰণ দৰিদ্ৰতাই মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ থিয় দিছে। পিতৃ গুণকান্ত বড়া আৰু ৰিজুমনি বড়াৰ কণ্যা মুন্মীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোক যিমানখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি খৰচ বহন কৰিবলৈ সমৰ্থৱান নহয় পৰিয়ালটো । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৪.১৬ শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা মুন্মীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিগবৈ আৰ.ডি.জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তৃপক্ষই মুন্মীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ভৱিষ্যতৰ উচ্চ শিক্ষাৰ কথা ভাবি এতিয়া চিন্তিত হৈ পৰিছে মুন্মীৰ লগতে মুন্মীৰ পৰিয়ালবৰ্গ ।
Sluge: মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ ঠিয় দিছে আৰ্থিক দিনতাই ।
:বিজ্ঞান বিভাগত ৮৩.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ ফিল'বাৰীৰ মুন্মীৰ সপোন চিকিৎসক হোৱাৰ ।
V/O: "শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ।" এই কথাকেই প্ৰমান কৰি দেখুৱালে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী বৰহোলুং অঞ্চলৰ কৃতী ছাত্ৰী মুন্মী বড়াই । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিগবৈ আৰ. ডি. জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তিপক্ষই মুন্মীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল । মুন্মীৰ সপোন এগৰাকী চিকিৎসক হোৱাৰ । কিন্তু মুন্মীৰ এই সপোন বৰ্তমান মৰহী যোৱাৰ পথত । কাৰণ সামান্য খেতিয়ক পিতৃ গুণকান্ত বড়া আৰু ৰিজুমনি বড়াৰ কণ্যা মুন্মীৰ সপোন পুৰণ কৰিবলৈ পৰিয়ালটোক যিমানখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি খৰচ বহন কৰিবলৈ সামৰ্থ নহয় পৰিয়ালটো । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৪.১৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ ফিল'বাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনিছিল মুন্মীয়ে । একেদৰে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে সুক্ষাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে যদিও মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত বাধা হৈ থিয় দিছে আৰ্থিক দিনতাই ।
Byte: মুন্মী
Byte: মুন্মীৰ পিতৃ
Byte: মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 27-05-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম