ETV Bharat / state

সাংবাদিক পৰাগ ভুঞাক শ্ৰদ্ধাঞ্জলি ডুমডুমা প্ৰেছ ক্লাৱৰ

author img

By

Published : Nov 13, 2020, 9:30 PM IST

সতীৰ্থৰ সন্দেহজনক মৃত্যুক সহজ ভাৱে লব নোৱাৰা বুলি উল্লেখ কৰি উচিত তদন্তৰ জৰিয়তে সাংবাদিক পৰাগ ভুঞাৰ মৃত্যুৰ প্ৰকৃত তথ্য ৰাজহুৱা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনায় ডুমডুমা প্ৰেছ ক্লাৱে ।

সাংবাদিক পৰাগ ভুঞাক শ্ৰদ্ধাঞ্জলি ডুমডুমা প্ৰেছ ক্লাৱৰ
doomdoma-journalist-protest

ডুমডুমা, 13 নৱেম্বৰ : কাকপথাৰৰ প্ৰয়াত সাংবাদিক পৰাগ ভুঞাক শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডুমডুমা প্ৰেছ ক্লাৱে । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি, কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি, ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক, তথা 'প্রতিদিন টাইম' আৰু 'অসমীয়া খবৰ' কাকতৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ স্মৃতিত ডুমডুমা গান্ধী মূৰ্তিৰ তলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি প্ৰয়াত সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডুমডুমা প্ৰেছ ক্লাবৰ সাংবাদিক সকলে ।

সতীৰ্থৰ সন্দেহজনক মৃত্যুক সহজ ভাৱে লব নোৱাৰা বুলি উল্লেখ কৰি উচিত তদন্তৰ জৰিয়তে সাংবাদিক পৰাগ ভুঞাৰ মৃত্যুৰ প্ৰকৃত তথ্য ৰাজহুৱা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাই ডুমডুমা প্ৰেছ ক্লাৱে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডুমডুমা অঞ্চলৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি সাংবাদিক প্ৰয়াত পৰাগ ভুঞাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক: পৰাগ ভূঞাক ৰাজনৈতিক ভাবে হত্যা কৰা হৈছেঃ অদীপ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.