ETV Bharat / state

ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; চালক সহ কৰ্মচাৰীক গণ প্ৰহাৰ - ASEB

ডিগবৈত ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন ৷ উত্তেজিত ৰাইজে খেদি খেদি প্ৰহাৰ কৰে চালক আৰু কৰ্মচাৰীক ৷

ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; চালক সহ কৰ্মচাৰীক গণ প্ৰহাৰ
author img

By

Published : Jul 20, 2019, 4:29 PM IST

ডিগবৈ,20জুলাইঃ

  • ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন
  • উত্তেজিত ৰাইজে খেদি খেদি প্ৰহাৰ কৰে চালক আৰু কৰ্মচাৰীক
  • ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
  • অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে
  • বাহনখনৰ চালক আৰু কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানালৈ নিয়ে
    ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; চালক সহ কৰ্মচাৰীক গণ প্ৰহাৰ

ডিগবৈ,20জুলাইঃ

  • ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • সুৰামত্ত চালকে মহতিয়াই নিলে কেইবাখনো বাহন
  • উত্তেজিত ৰাইজে খেদি খেদি প্ৰহাৰ কৰে চালক আৰু কৰ্মচাৰীক
  • ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
  • অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে
  • বাহনখনৰ চালক আৰু কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানালৈ নিয়ে
    ডিগবৈত শক্তি বিভাগৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; চালক সহ কৰ্মচাৰীক গণ প্ৰহাৰ
Intro:ASEB চালক সহ কৰ্মচাৰীৰ সুৰামত্ত অৱস্থাত ASEB বাহনেৰে ঘাইপথত দুৰ্ঘটনা সংঘঠিত কৰি গণ প্ৰহাৰৰ বলি।

Anchor/V.O.--বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীয়ে নিশা হ'লেই সুৰাত মাতাল হৈ এনেদৰে ৰাজপথত দুৰ্ঘটনা সংঘঠিত কৰা কায্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলত।
ডিগবৈ চহৰৰ মাজমজিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি নিশা এক ভয়ঙ্কৰ দুৰ্ঘটনা সংঘঠিত হয়।বিদ্যুৎ বিভাগত
কৰ্মৰত অৱস্থাত থকা ASEB বাহনৰ চালক আৰু কৰ্মচাৰীৰ এজনে সুৰামত্ত অৱস্থাত ডিগবৈ চাৰিআলিৰ বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত বেগেৰে ASEB বাহনে মহতিয়াই নিলে কেইবাখনো বাহন।তাৰ পাছতে উত্তেজিত ৰাইজে ASEB বাহন খনৰ পৰা চালক আৰু কৰ্মচাৰী জনক নমাই খেদি খেদি প্ৰহাৰ কৰে। উক্ত
ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
আৰক্ষী উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি দুয়োকে ডিগবৈ আৰক্ষী থানালৈ লৈ আনে।
আহত বহু কেইজন পথচাৰীক ডিগবৈ ৰ আই অ চি চিকিস্যালয়লৈ প্ৰেৰণ কৰে।Body:Byte-nilConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.