ETV Bharat / state

শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ - দিব্যধৰ পেগু

শদিয়াৰ অমৰপুৰ দিবাং নদীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো অমৰপুৰ পাঁচঘৰীয়া গাঁৱৰ দিব্যধৰ পেগুৰ পুত্ৰ দিলীপ পেগু বুলি চিনাক্ত কৰা হৈছে ।

শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ
author img

By

Published : Oct 26, 2019, 4:51 PM IST

শদিয়া, 26 অক্টোবৰঃ শদিয়াৰ অমৰপুৰ দিবাং নদীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো অমৰপুৰ পাঁচঘৰীয়া গাঁৱৰ দিব্যধৰ পেগুৰ পুত্ৰ দিলীপ পেগু বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে যোৱা 16 অক্টোবৰৰ পৰাই দিবাং নদীত সন্ধানহীন হৈ আছিল কিশোৰজন ৷ স্থানীয় ৰাইজে জনোৱা মতে দিবাং নদীৰ চাপৰিত থকা গৰুৰ খুটিলৈ যোৱাৰ উদ্দেশ্যে দিলীপ নামৰ 18 বছৰীয়া কিশোৰটিয়ে দিবাং নদী সাঁতুৰি পাৰ হ'বলৈ চেষ্টা কৰোতেই দিবাং নদীত সন্ধানহীন হৈছিল ৷ আঠটা দিনৰ পিছত যুৱকজনৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

আৰু পঢ়ক : যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক

Intro:*শদিয়াৰ অমৰ পুৰ দিবাং নদীত দিলীপ পেগু ৰ মৃতদেহ উদ্ধাৰ*

শদিয়া: অমৰপুৰৰ দিবাং ঘাটৰ সমীপত দিবাং নদীত আজি এটা উৱলি যোৱা মৃতদেহ স্থানীয় ৰাইজে উদ্ধাৰ কৰে । মৃতদেহটো যোৱা ১৬ অক্টোবৰত দিবাং নদীত সন্ধানহীন হোৱা অমৰপুৰ পাঁচঘৰীয়া গাঁৱৰ দিব্যধৰ পেগুৰ পুত্ৰ দিলীপ পেগু ওৰফে লিম্বু বুলি চিনাক্ত কৰা হৈছে । উল্লেখযোগ্য যে , যোৱা ১৬ অক্টোবৰ তাৰিখে অমৰপুৰৰ দিবাং নদীৰ চাপৰিত থকা গৰু খুটিলৈ যোৱাৰ উদ্দেশ্যে দিলীপ ওৰফে লিম্বু নামৰ ১৬ বছৰীয়া কিশোৰটিয়ে দিবাং নদী সাঁতুৰী পাৰ হবলৈ চেষ্ঠা কৰোতে দিবাং নদীত সন্ধানহীন হৈ পৰিছিল । আঠ টা দিনৰ পিছত আজি মৃত দেহ উদ্ধাৰ কৰিছে ।।Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.