ETV Bharat / state

কাকপথাৰত শামুক বিচাৰি গৈ মৃত্যু যুৱকৰ

author img

By

Published : Jun 2, 2019, 10:02 AM IST

দৈনন্দিন ডাঙৰী নৈত শামুক বিচাৰি অহাৰ দৰে কালি বিয়লিও ব্যক্তিজনে শামুক বিচাৰি অহাৰ পাচত ঘৰলৈ উভতি যোৱা নাছিল ৷

কাকপথাৰ লাজুমত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া , 02 জুন : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাজুমৰ ডাঙৰী নৈত দেওবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয় ৷ মৃত লোক জন কাকপথাৰ 18 নং লাইনৰ সঞ্জয় কৰ্মকাৰ (25) বুলি চিনাক্ত কৰা হৈছে ৷

কাকপথাৰ লাজুমত মৃতদেহ উদ্ধাৰ

ব্যক্তিজনে নৈখনত শামুক বিচাৰি আহোতেই ঘটনাতো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ দৈনন্দিন অহাৰ দৰে কালি বিয়লিও ব্যক্তিজনে শামুক বিচাৰি অহাৰ পাচতে তেওঁ সন্ধানহীন হৈ আছিল ৷ তেনে সময়তে আজি পুৱা নৈৰ কাষত ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ হয় ৷ সম্প্ৰতি কাকপথাৰ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Intro:কাকপথাৰ লাজুমত মৃতদেহ উদ্ধাৰ

শদিয়া : কাকপথাৰ আৰক্ষী থানাৰ অন্তগত লাজুমৰ ডাঙৰী নৈত এটা মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃতদেহটো কাকপথাৰ ১৮নং লাইনৰ সঞ্জয় কৰ্মকাৰ(25) বুলি জানিব পৰা গৈছে ৷ নৈখনত শামুক বিচাৰি আহোতেই ঘটনাতো সংঘটিত হয় ৷ দৈনন্দিন অহাৰ দৰে কালি আবেলিও ব্যক্তিজনে শামুক বিচাৰি আহিছিল যদিও ঘৰলৈ উভতি নহাত আজি নৈ কাষত মৃতদেহটো পৰি থকা খবৰ পায় ৷ বৰ্তমান কাকপথাৰ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.