ETV Bharat / state

কাকপথাৰত মইনা পাৰিজাতৰ ক’ভিড-19 ৰ সজাগতা সৃষ্টি

author img

By

Published : Apr 27, 2021, 10:43 PM IST

মঙলবাৰে কাকপথাৰ চহৰখন পৰিভ্ৰমণ কৰি মাস্ক নিপিন্ধা লোকক মাস্ক বিতৰণৰ কৰাৰ লগতে ক’ভিডৰ ভয়াবহতাৰ ওপৰত লিখিত পত্ৰৰ দ্বাৰা সজাগতা সৃষ্টিৰ চেষ্টা কৰে মইনা পাৰিজাতৰ বিষয়ববীয়া সকলে ৷

কাকপথাৰত মইনা পাৰিজাতৰ ক’ভিড-19 ৰ সজাগতা সৃষ্টি
কাকপথাৰত মইনা পাৰিজাতৰ ক’ভিড-19 ৰ সজাগতা সৃষ্টি

শদিয়া,27এপ্ৰিল: সমগ্ৰ দেশতে ক’ভিড-১৯ য়ে ভয়াবহ ৰূপ লোৱাৰ সময়তে মাস্ক, সামাজিক দূৰত্ব নমনা লোকৰ মাজত সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়া সকলে কাকপথাৰত মঙলবাৰে মাস্ক আৰু সজাগতা পত্ৰ বিতৰণ কৰে ৷ ভাস্কৰ হেমন্তৰাজ মৰাণৰ নেতৃত্বত যোৱা দলটোৱে মঙলবাৰে কাকপথাৰ চহৰখন পৰিভ্ৰমণ কৰি মাস্ক নিপিন্ধা লোকক মাস্ক বিতৰণৰ কৰাৰ লগতে ক’ভিডৰ ভয়াবহতাৰ ওপৰত লিখিত পত্ৰৰ দ্বাৰা সজাগতা সৃষ্টিৰ চেষ্টা কৰে ৷ মইনা পাৰিজাতৰ বিষয়ববীয়া সকলে ৰাইজক সজাগ, সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷

জানিব পৰা মতে, ইয়াৰ পূৰ্বেও মইনা পাৰিজাতৰ তৰফৰ পৰা ডুমডুমা, ৰূপাই আদি বিভিন্ন অঞ্চলত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ আৰক্ষীৰ জালত ৰঙাপৰাত ডাইনী কাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.