ETV Bharat / state

তিনিচুকীয়াত ৪৫বছৰৰ উৰ্ধৰ সাংবাদিকক ক’ভিড ভেকচিন প্ৰদান - তিনিচুকীয়া অসামৰিক চিকিৎসালয়

তিনিচুকীয়াৰ সাংবাদিক সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে তিনিচুকীয়া আৰু ডিগবৈৰ 45 বছৰৰ উৰ্ধৰ 15 গৰাকী সাংবাদিকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ নতুন আশা কৰ্মীৰ কেন্দ্ৰত ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰে ।

তিনিচুকীয়াত ৪৫বছৰৰ উৰ্ধৰ সাংবাদিকক ক’ভিড ভেকচিন প্ৰদান

author img

By

Published : Apr 22, 2021, 9:23 PM IST

তিনিচুকীয়া,22এপ্ৰিলঃ দেশত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে এতিয়া ক’ভিড-19 ৰোধ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াটো প্ৰদান কৰা হৈছে ক’ভিড-19 ৰ প্ৰতিষেধক । তিনিচুকীয়াৰ সাংবাদিক সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে তিনিচুকীয়া আৰু ডিগবৈৰ 45 বছৰৰ উৰ্ধৰ 15 গৰাকী সাংবাদিকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ নতুন আশা কৰ্মীৰ কেন্দ্ৰত ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰে ।

তিনিচুকীয়াত ৪৫বছৰৰ উৰ্ধৰ সাংবাদিকক ক’ভিড ভেকচিন প্ৰদান

আনহাতে বাকী থকা সাংবাদিক সকলক 1 মে' পৰা প্ৰদান কৰিব ক’ভিড-19ৰ প্ৰতিষেধক । লগতে বৃহস্পতিবাৰে তিনিচুকীয়া সাংবাদিক সন্থাই সকলো সাংবাদিকৰ লগতে সাধাৰণ ৰাইজকো আহ্বান জনায় ক’ভিড-19ৰ প্ৰতিষেধক ল’বলৈ, যাতে ক’ভিড প্ৰতিৰোধ কৰিব পাৰে ।

উল্লেখযোগ্য যে, তিনিচুকীয়াত বুধবাৰ পর্যন্ত 239 গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে । বুধবাৰৰ দিনটোতে 58 গৰাকীৰ দেহত পোৱা গৈছিল ক’ভিড পজিটিভ । যাৰ ফলত জিলা প্ৰশাসন অধিক কঠোৰ হৈ পৰাৰ লগতে ক’ভিড প্ৰট'কল ভংগ কৰা সকলক বিহিছে জৰিমনাও ৷

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ: গা লৰিল নগাঁও জিলা প্ৰশাসন-স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.