ETV Bharat / state

মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি ডাম্পাৰ জব্দ

author img

By

Published : Apr 17, 2021, 12:38 PM IST

শুকুবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি ডাম্পাৰ ৷ আৰক্ষীয়ে ডাম্পাৰ সহ চালক গৰাকীকো আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা কয়লা ভৰ্তি ডাম্পাৰ খনৰ নম্বৰ হৈছে এ এচ ০৬ ৭৯৮৫ ৷

মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি ডাম্পাৰ জব্দ
মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি ডাম্পাৰ জব্দ

তিনিচুকীয়া, 16এপ্ৰিল: শুকুবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি ডাম্পাৰ ৷ আৰক্ষীয়ে ডাম্পাৰ সহ চালক গৰাকীকো আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা কয়লা ভৰ্তি ডাম্পাৰ খনৰ নম্বৰ হৈছে এ এচ ০৬ বি চি ৭৯৮৫ ৷

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বিতৰ্কিত কয়লাৰ চোৰাং ব্যৱসায় দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল যদিও পুনৰ একাংশ কয়লাৰ চোৰাং ব্যৱসায়ীয়ে একাংশ আৰক্ষীৰ সহযোগত সৰবৰাহ হৈ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এই চোৰাং কয়লা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: গোলাঘাটত সমাজ কৰ্মীক সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.