ETV Bharat / state

সফলতাৰ জয়গানেৰে তিনিচুকীয়াত সোণোৱালৰ ভোটভিক্ষা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১২ খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাই কংগ্ৰেছৰ বৰ্তমানৰ দুৰ্বল অৱস্থাৰ কথা প্ৰমাণ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Mar 31, 2019, 4:24 AM IST

তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া,31 মাৰ্চঃ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীৰ সৈতে মৰাণত অনুষ্ঠিত সভাত অংশ লোৱাৰ পাচতে তিনিচুকীয়াৰ ব্যৱসায়ীসকলক সাঙুৰি তিনিচুকীয়াৰ মানৱ কল্যাণ প্ৰাৰ্থনা ভৱনত আয়োজিত এখন জনসভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰলগতে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী ড৹ মহেন্দ্ৰ সিঙে।

তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১২ খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ গোপন মিত্ৰতাই কংগ্ৰেছৰ বৰ্তমানৰ দুৰ্বল অৱস্থাৰ কথাপ্ৰমাণ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ আনহাতে কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই সভাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাই বিজেপি চৰকাৰ অহাৰ পাচতে দেশত আমূল পৰিবৰ্তন সম্ভৱ হৈছে বুলি মন্তব্য কৰে মহেন্দ্ৰ সিঙে। ইপিনে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল পুৰুষ প্ৰধানমন্ত্ৰী নাছিল বুলি কৈ আমেৰিকাই লাডেনক আক্ৰমণ কৰাৰ দৰে তেওঁলোকৰসন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ সাহস নাছিল বুলিও মন্তব্য কৰে ৷লগতে তেওঁ মোডীৰ প্ৰশংসাত কয় যে মোডীয়েশাসনভাৰ লোৱাৰ পাছতে পাকিস্তানৰ লগতে ম্যানমাৰত গৈ সন্ত্ৰাসবাদীক এসেকা দিবলৈ সক্ষম হৈছে বুলি কয় ৰাজ্যিক বিজেপিৰ প্ৰভাৰী গৰাকীয়ে ৷

From:- Prasanta Khatowal

Slug:-A_TSK_30MAR_801_CM_CAMPAING_PRASANTA_KHATOWAL

STORY:-তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা৷

OC/VO:- লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে প্ৰচাৰ অভিযান৷ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ সৈতে মৰাণত অনুষ্ঠিত সভাত অংশ লোৱাৰ পিছতে তিনিচুকীয়াৰ ব্যৱসায়ী সকলক সামৰি তিনিচুকীয়াৰ মানৱ কল্যাণ প্ৰাৰ্থনা ভৱনত আয়োজিত এখন জনসভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰভাৰী তথা উত্তৰ প্ৰদেশৰ মন্ত্ৰী ড৹ মহেন্দ্ৰ সিঙে। উক্ত সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলিৰ হৈ প্ৰচাৰ চলাই ভাষণৰ প্ৰসঙ্গত বিজেপি চৰকাৰ অহাৰ পিছতে দেশত আমূল পৰিবৰ্তন সম্ভৱ হৈছে বুলি মন্তব্য কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিঙে। ইপিনে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকল পুৰুষ প্ৰধানমন্ত্ৰী নাছিল বুলি কৈ আমেৰিকাই লাডেনক আক্ৰমণ কৰাৰ দৰে তেওঁলোকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ সাহস নাছিল বুলি মন্তব্য কৰি নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লোৱাৰ পাছতে পাকিস্তানৰ লগতে ম্যানমাৰৰ ভিতৰত গৈ সন্ত্ৰাসবাদীক এসেকা দিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী গৰাকীয়ে৷

Speech:+ Dr mahendra singh

অন্যহাতে সভাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১২ খন আসনেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগেছ এআইইউদিএফ(AIUDF)ৰ  গোপন মিত্ৰতাই এতিয়া যে কংগ্ৰেছ দুৰ্বল সেই কথা  প্ৰমাণ কৰিছে বুলি মন্তব্য কৰি এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হু' ইছ বদৰুদ্দিন বুলি প্ৰশ্ন কৰা সেই দু:সাহস এতিয়া কত বুলিও প্ৰশ্ন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসঙ্গ কি হব বুলি সাংবাদিকে শুধা প্ৰশ্নত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Byte:- মুখ্যমন্ত্ৰী ।

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.