ETV Bharat / state

ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 31, 2021, 8:19 PM IST

Updated : Jan 31, 2021, 9:13 PM IST

পদ্মশ্ৰী সন্মান লাভ কৰা ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বাসগৃহত উপস্থিত হোৱাৰ পিচতে মানকিৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

chief-minister-sarbananda-sonowal
হঠাৎ ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডুমডুমা, 31 জানুৱাৰী : পদ্মশ্ৰী সন্মান লাভ কৰা ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দুলাল মানকিৰ বৰহাপজান কেছৰগুৰিস্থিত বাসগৃহত উপস্থিত হোৱাৰ পিচতে মানকিৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইয়াৰ সমান্তৰালভাৱে দুলাল মানকিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । শদিয়াত আয়োজন কৰা মে-ডাম-মে-ফীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতি অহি থকাৰ সময়ে মুখ্যমন্ত্ৰী গৰাকীয়ে দুলাল মানকিৰ বাসগৃহত উপস্থিত হয় ৷

লগতে পঢ়ক: ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

Last Updated : Jan 31, 2021, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.