ETV Bharat / state

AMFIRS 2021:মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তিনিচুকীয়াত চেক বিতৰণ - মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তিনিচুকীয়াত চেক বিতৰণ

অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তিনিচুকীয়া জিলাৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় (Cheques Distribution under microfinance loan waiver scheme)। মুখ্যমন্ত্ৰীৰ উপস্থিতি ৫ হাজাৰ মহিলাক বিতৰণ চেক । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কৰ অংশগ্ৰহণ ।

AMFIRS 2021
মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তিনিচুকীয়াত চেক বিতৰণ
author img

By

Published : Feb 5, 2022, 4:39 PM IST

তিনিচুকীয়া,৫ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শুকুৰবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত জান'মুখ খেল পথাৰত আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme)।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা । জিলাখনৰ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মুঠ ২২,৬৭৪ গৰাকী মহিলাৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ হাজাৰ মহিলাক চেক প্ৰদান কৰা হয় । চৰকাৰৰ এই সাহায্য লাভ আনন্দিত হিতাধিকাৰী মহিলাসকল ।

মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তিনিচুকীয়াত চেক বিতৰণ

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পাৱাৰ, অসম চৰকাৰ মন্ত্ৰী সঞ্জয় কিষাণ, কৃষিমন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই ।

লগতে পঢ়ক :দেশৰ 73 সংখ্যক গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.