ETV Bharat / state

অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ সৈতে বৰডুমচা আৰক্ষীৰ সু-সম্পৰ্ক !

ড্ৰাগছ ব্যৱসায়ীৰ সৈতে গোপন বুজা-বুজি বৰডুমচা আৰক্ষীৰ ৷ দুৱাৰমৰা বনাঞ্চলত ড্ৰাগছ ব্যৱসায়ীৰ সৈতে ছয়গৰাকী আৰক্ষীক হাতে-লুটে ধৰিলে মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷ ইয়াৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷

বৰডুমচা আৰক্ষীৰ কাণ্ডক লৈ উত্তাল বৰডুমচা
author img

By

Published : Jun 19, 2019, 5:08 AM IST

Updated : Jun 19, 2019, 8:55 AM IST

বৰডুমচা, 19 জুনঃ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ইপিনে অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ সৈতে বৰডুমচা আৰক্ষীৰ সু-সম্পৰ্কৰ কথা বিভিন্ন সময়ত উত্থাপন হৈ থকা সময়তে মঙলবাৰে তেনে এক ঘটনা সংঘটিত হ'ল বৰডুমচা আৰক্ষী থানাৰ নিচেই কাষতে থকা দুৱাৰমৰা বনাঞ্চলত । দুজন ড্ৰাগছ ব্যৱসায়ীৰ লগত আৰক্ষীৰ গোপন লেন-দেন চলি থকাৰ সময়তেই মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে হাতে লুটে ধৰে ড্ৰাগছ ব্যৱসায়ী দুজনৰ লগতে ছয়জনকৈ আৰক্ষী বিষয়াক ৷ লগতে ৩০ হাজাৰ টকাৰ লগতে প্ৰায় ১০০ গ্ৰাম অবৈধ ড্ৰাগছো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বৰডুমচা আৰক্ষীৰ কাণ্ডক লৈ উত্তাল বৰডুমচা

অভিযোগ অনুসৰি, বনাঞ্চলৰ মাজত আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ীৰ মাজত চলি আছিল গোপন বুজা-বুজিৰ অংক ৷ ইয়াৰ পাচতেই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বৰডুমচা আৰক্ষী থানা । ছাত্ৰ সংগঠনৰ লগতে স্থানীয় পুৰুষ-মহিলাই ঘেৰাও কৰে বৰডুমচা আৰক্ষী থানা । দুই ড্ৰাগছ ব্যৱসায়ীৰ লগত হাতে লুটে ধৰা পৰা আৰক্ষী জোৱান সকলক শীঘ্ৰে নিলম্বনৰ দাবী জনাই ছাত্ৰ নেতাসকলে । উল্লেখযোগ্য যে, আৰক্ষীৰ সম্পূৰ্ণ চত্ৰ-ছায়াতে বৰডুমচা অঞ্চলত নিৰ্বিঘ্নে অবৈধ ড্ৰাগছৰ ব্যৱসায় চলি আহিছে যে তাৰে প্ৰতিফলন ঘটিল মঙলবাৰে ৷

লগতে চাওকঃ ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা...

Intro:Date: 18-06-2019

Sluge: বৰডুমচাৰ দুৱাৰমৰা বনাঞ্চলত আৰক্ষী জোৱানৰ সৈতে একেলগে থকা অৱস্থাত ৰহস্যজনকভাৱে ড্ৰাগছ ব্যৱসায়ীক ধৰিলে ৰাইজে ৷

V/O: অসম-অৰুণাচল সিমান্তৱৰ্তী বৰডুমচাত ক্ৰমান্তই বৃদ্ধি পাবলৈ ধৰিছে নিখিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । এই অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ লগত বৰডুমচা আৰক্ষীৰ সু-সম্পৰ্কৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহি থাকে । মঙ্গলবাৰে তেনে এক ঘটনা সংঘটিত হ'ল বৰডুমচা আৰক্ষী থানাৰ নিচেই কাষতে থকা দুৱাৰমৰা বনাঞ্চলত । দুজন ড্ৰাগছ ব্যৱসায়ীৰ লগত আৰক্ষীৰ গোপন লেন-দেন চলি থকাৰ সময়তেই মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে হাতে লুটে ধৰেলে ড্ৰাগছ ব্যৱসায়ী দুজনৰ লগতে ছয়জনকৈ আৰক্ষী আৰু ৩০ হাজাৰ টকাৰ লগতে প্ৰায় ১০০ গ্ৰাম অবৈধ ড্ৰাগছ । অভিযোগ অনুহৰি, বনাঞ্চলৰ মাজত আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ীয়ে গোপন বুজাপৰা কৰাৰ চেষ্টা চলাইছিল ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে বৰডুমচা আৰক্ষী থানা । ছাত্ৰ সংগঠনৰ লগতে স্থানীয় পুৰুষ-মহিলাই ঘেৰাও কৰি ৰাখে বৰডুমচা আৰক্ষী থানা । দুই ড্ৰাগছ ব্যৱসায়ীৰ লগত হাতে লুটে ধৰা পৰা আৰক্ষী জোৱানসকলক সিঘ্ৰে নিলম্বনৰ দাবী জনাই স্থানীয় লোকসকলে । উল্লেখযোগ্য যে আৰক্ষীৰ সম্পুৰ্ণ চত্ৰচায়াত বৰডুমচা অঞ্চলত নিৰ্বিঘ্নে অবৈধ ড্ৰাগছৰ ব্যৱসাই চলি থকাৰ কথা সময়ে-সময়ে পোহৰলৈ আহি থাকে । মঙ্গলবাৰৰ ঘটনাই এই সমগ্ৰ বিষয়টো আৰু অধিক স্পষ্ট কৰি তুলিছে ।

Byte: ছাত্ৰ নেতা ।Body:Date: 18-06-2019

Byte: ছাত্ৰ নেতা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Jun 19, 2019, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.