ETV Bharat / state

এ জে ৱাই চি পিৰ উদ্যোগত ৰক্তদান শিবিৰ

author img

By

Published : Jun 26, 2019, 6:33 PM IST

ডুমডুমা মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰক্তদান শিবিৰ ৷ মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত সম্পন্ন হয় এই কাৰ্যসূচী ৷ প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে শিবিৰত

এ জে ৱাই চি পিৰ উদ্যোগত ৰক্তদান শিৱিৰ

ডুমডুমা,26 জুন : "ৰক্তদান জীৱন দান" এই মূলমন্ত্ৰৰে ডুমডুমা মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰক্তদান শিবিৰ । ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত সম্পন্ন হয় এই কাৰ্যসূচী ৷ এই ৰক্তদান শিবিৰ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ জ্যোতি বৰঠাকুৰে। উক্ত ৰক্তদান শিবিৰত যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে। যুৱ-ছাত্ৰ পৰিষদে আয়োজন কৰা এই ৰক্তদান শিবিৰত ডুমডুমা অঞ্চলৰ বহুকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনেও সহযোগিতা আগবঢ়ায়।

Intro:Date: 26-06-2019

Sluge: "ৰক্তদান জীৱন দান" এই মূলমন্ত্ৰৰে ডুমডুমা মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰক্তদান শিৱিৰ ।

V/O: "ৰক্তদান জীৱন দান" এই মূলমন্ত্ৰ সাৰুগত কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয়ৰ সহযোগত বুধবাৰে মহাবিদ্যালয়ৰ "কল্লোল" প্ৰেক্ষাগৃহত ৰক্তদান শিৱিৰৰ আয়োজন কৰে । যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এই ৰক্তদান শিৱিৰ উদ্ঘাটন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ জ্যোতি বৰঠাকুৰে । উক্ত ৰক্তদান শিৱিৰত যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰায় ৫০ জন ব্যক্তিয়ে ৰক্তদান কৰে । যুৱ-ছাত্ৰ পৰিষদে আয়োজন কৰা এই ৰক্তদান শিৱিৰত ডুমডুমা অঞ্চলৰ বহুকেইটা জাতিয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনেও সহযোগিতা আগবঢ়াই ।

Byte: সুৰজীত মৰাণ, সভাপতি, যুৱ-ছাত্ৰ পৰিষদ ।
Byte: নৰেন্দ্ৰ শইকীয়া, নেতা, যুৱ-ছাত্ৰ পৰিষদ ।Body:Date: 26-06-2019

Byte: নৰেন্দ্ৰ শইকীয়া, নেতা, যুৱ-ছাত্ৰ পৰিষদ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.