তিনিচুকীয়া, 21 ডিচেম্বৰঃ শুকুৰবাৰে নিশা তিনিচুকীয়াৰ বাৰেকুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰনামঘৰত অঞ্চলটোৰ ২১খন গাঁৱৰ ভকত বৈষ্ণৱে গোটেই নিশা উপবাসে থাকি সোণোৱাল চৰকাৰৰ সুমতি ঘূৰি অহাৰ লগতে উচ্চতম ন্যায়লয়ত অসমৰ ৰাইজ জয়ী হ'বৰ বাবে গুৰুজনাৰ চৰণত ২১খন চাকি জ্বলাই পালন কৰিলে মায়ামৰা সমাজৰ সৰ্ববৃহৎ ধৰ্মীয় সবাহ ৷ একালত মৰাণ সমষ্টিৰ বিধায়ক হৈ থাকোতেই সৰ্বানন্দ সোণোৱালে বাৰেকুৰি অঞ্চলৰ ধৰ্মীয় হুচৰিত ভকত বৈষ্ণৱৰ ওচৰত আৰ্শীবাদ লৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ অৰিহণা আছে বুলি উল্লেখ কৰিছিল ৷
মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি বাৰেকুৰি বৰনামঘৰত বৃহৎ ধৰ্মীয় সবাহ - মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি বাৰেকুৰি বৰনামঘৰত বৃহৎ ধৰ্মীয় সবাহ
ৰাজ্যজুৰি C(A)A বিৰোধী আন্দোলন অব্যাহত আছে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ বিভিন্ন স্তৰলৈ সম্প্ৰসাৰণ ঘটিছে ৷ শুকুৰবাৰে নিশা তিনিচুকীয়াৰ বাৰেকুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰনামঘৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সুমতি কামনাৰে ২১খন গাঁৱে আয়োজন কৰিলে মায়ামৰা সমাজৰ ধৰ্মীয় 'সবাহ'৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন
তিনিচুকীয়া, 21 ডিচেম্বৰঃ শুকুৰবাৰে নিশা তিনিচুকীয়াৰ বাৰেকুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰনামঘৰত অঞ্চলটোৰ ২১খন গাঁৱৰ ভকত বৈষ্ণৱে গোটেই নিশা উপবাসে থাকি সোণোৱাল চৰকাৰৰ সুমতি ঘূৰি অহাৰ লগতে উচ্চতম ন্যায়লয়ত অসমৰ ৰাইজ জয়ী হ'বৰ বাবে গুৰুজনাৰ চৰণত ২১খন চাকি জ্বলাই পালন কৰিলে মায়ামৰা সমাজৰ সৰ্ববৃহৎ ধৰ্মীয় সবাহ ৷ একালত মৰাণ সমষ্টিৰ বিধায়ক হৈ থাকোতেই সৰ্বানন্দ সোণোৱালে বাৰেকুৰি অঞ্চলৰ ধৰ্মীয় হুচৰিত ভকত বৈষ্ণৱৰ ওচৰত আৰ্শীবাদ লৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ অৰিহণা আছে বুলি উল্লেখ কৰিছিল ৷
Body:GFX:-বিতৰ্কিত C(A)A বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ
GFX:- C(A)A কোনোপধ্যেই মানি নলয় অসমৰ জনতাই
GFX:- বাৰেকুৰি বৰনামঘৰত সৰ্ববৃহৎ ধৰ্মীয় সবাহ পালন
VO1:- বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে নিশা তিনিচুকীয়াৰ বাৰেকুৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰনামঘৰত অঞ্চলটোৰ ২১খন গাঁৱৰ ভকত বৈষ্ণৱে গোটেই নিশা উপবাসে থাকি সোণোৱাল চৰকাৰৰ সুমতি ঘূৰি অহাৰ লগতে উচ্চতম ন্যায়লয়ত অসমৰ ৰাইজ জয়ী হবৰ বাবে গুৰুজনাৰ চৰণত ২১খন চাকি জ্বলাই পালন কৰিলে মায়ামৰা সমাজৰ সৰ্ববৃহৎ ধৰ্মীয় সবাহ৷
BYET:- ভকত বৈষ্ণৱ৷
VO2:-ইপিনে মৰাণ সমষ্টিৰ বিধায়ক হৈ থাকোতেই সৰ্বানন্দ সোণোৱালে বাৰেকুৰি অঞ্চলৰ ধৰ্মীয় হুচৰিত গুৰুজনাৰ ভকত বৈষ্ণৱৰ ওচৰত আৰ্শীবাদ লৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ অৰিহণা আছে বুলি উল্লেখ কৰিছিল৷
BYET:- সৰ্বানন্দ সোণোৱাল,মুখ্যমন্ত্ৰী,অসম৷
Conclusion:END:- এদিন যিসকল ভকত বৈষ্ণৱে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হবলৈ আৰ্শীবাদ দিছিল আজি সেইসকল ভকত বৈষ্ণৱে সোণোৱালৰ সুমতি কামনা কৰি সৰ্ববৃহৎ ধৰ্মীয় সবাহ পালনে অভিশাপ দিয়া কাৰ্যই কিহৰ ইংগিত বহন কৰিছে? সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় হৃদয়ংগম কৰিব পাৰিছে৷
#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম৷