ETV Bharat / state

বিধায়ক দুৰ্গা ভূমিজৰ বাসগৃহ ঘোৰাও আদিবাসী ছাত্ৰ সন্থাৰ - ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজ

অসমৰ প্ৰতিটো সমষ্টিৰ সমান্তৰালকৈ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ ডুমডুমাৰ ৰূপাই মিলনতীৰ্থত থকা ঘৰৰ সন্মুখত আটছাৰ কৰ্মকৰ্তাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডুমডুমা, তালাপ আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

ATTSA protest infront of MLA Durga Bhumij house
বিধায়ক দুৰ্গা ভূমিজৰ বাসগৃহ ঘোৰাও আদিবাসী ছাত্ৰ সন্থাৰ
author img

By

Published : Feb 17, 2020, 5:25 PM IST

ডুমডুমা,17 ফেব্ৰুৱাৰীঃ অসমত বসবাস কৰা আদিবাসী লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে অসমৰ প্ৰতিটো সমষ্টিৰ বিধায়কৰ ঘৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ আদিবাসীসকলক জনজাতিকৰণ কৰা, ভূমি পট্টা প্ৰদানৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাই ৷ অসমৰ প্ৰতিটো সমষ্টিৰ সমান্তৰালকৈ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ ডুমডুমাৰ ৰূপাই মিলনতীৰ্থত থকা ঘৰৰ সন্মুখত আটছাৰ কৰ্মকৰ্তাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিধায়ক দুৰ্গা ভূমিজৰ বাসগৃহ ঘোৰাও আদিবাসী ছাত্ৰ সন্থাৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডুমডুমা, তালাপ আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদৰ অন্তত সংগঠনটোৱে বিধায়ক দুৰ্গা ভূমিজক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । আনহাতে, বিধায়ক দুৰ্গা ভূমিজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মিছলীয়া আখ্যা দিয়াৰ লগতে আদিবাসী লোকসকলক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক-ছহীদ কেপ্টেইন জিন্টু গগৈৰ নামত পথ নিৰ্মানত ব্যাপত দুৰ্নীতি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.