ETV Bharat / state

তিনিচুকীয়া শ্ৰীপুৰীয়াত সাংবাদিকৰ ওপৰত আক্ৰমণ

author img

By

Published : Mar 29, 2021, 11:03 PM IST

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত সাংবাদিকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি লৈ যায় কেইজনমান দুষ্কৃতিকাৰীয়ে । সমগ্ৰ ঘটনাক লৈ তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল।

attack on journalist at tinsukia
তিনিচুকীয়া শ্ৰীপুৰীয়াত সাংবাদিকৰ ওপৰত আক্ৰমণ

তিনিচুকীয়া, 29 মাৰ্চ: তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াৰ টিংৰাই হাবি অঞ্চলত অপ্ৰীতিকৰ কাৰ্য সংঘটিত হোৱা খবৰ পাই এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক আৰু ইটিভি ভাৰতৰ সাংবাদিক প্ৰেমানন্দ দাস উপস্থিত হৈছিলগৈ শ্ৰীপুৰীয়াৰ টিংৰাইস্থিত এটা অঞ্চলত । উক্ত ঘটনা সবিশেষ তথ্য জানিবলৈ লোৱাৰ সময়ত কেইজনমান ব্যক্তিয়ে বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ যায় ।

অৱশ্যে ইটিভি ভাৰতৰ সাংবাদিক প্ৰেমানন্দ দাসৰ মোবাইল ফোনটো কাঢ়িবলৈ সক্ষম নহ'ল দুষ্কৃতিকাৰীৰ দলটোৱে । দুষ্কৃতিকাৰীৰ দলটোৱে বৈদ্যুতিন সংবাদ মাধ্যমটোৰ সাংবাদিকগৰাকীৰ পৰিচয় পত্ৰখনো আজুৰি দূৰলৈ দলিয়াই দিয়াৰ লগতে সাংবাদিক দুজনৰ ওপৰত জপিয়াই পৰে ।

এই সমস্ত ঘটনা কাষৰ এঘৰৰ চিচিটিভিত বন্দী হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োগৰাকী সাংবাদিকে তিনিচুকীয়া সদৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক : নিৰ্বাচনী ব্যস্ততা সামৰি ৰুগীয়া মাতৃৰ কাষত লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.