ETV Bharat / state

CAA, EIA বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - assu strike in Dumduma demands cancellation of CAA, EIA

CAA, EIA বাতিলৰ দাবীত আৰু অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ কৰাৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট । নাগৰিকত্ব সংশোধনী আইনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে অব্যাহত ৰাখিছে ধাৰাবাহিক আন্দোলন ।

CAA, EIA বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : Feb 20, 2021, 3:59 PM IST

ডুমডুমা 20, ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিল কৰাৰ লগতে অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰেই কাৰ্যকৰীকৰণৰ দাবীত শুকুৰবাৰে ডুমডুমাত আছুৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ সন্মূখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

CAA, EIA বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

আছুৰ কৰ্মকৰ্তাসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, EIA বাতিল কৰক, অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰীকৰণ কৰক আদিৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি সাব্যস্ত কৰে প্ৰতিবাদ ।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.