ETV Bharat / state

ৰাজ্যত পুনৰ ভয়ংকৰ গণপ্ৰহাৰ, মৃত 2

মৃতদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ উত্তেজিত ৰাইজৰ

তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ নিহত এগৰাকী মহিলা
author img

By

Published : Jun 7, 2019, 7:36 PM IST

Updated : Jun 7, 2019, 9:41 PM IST

  • তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ মৃত এগৰাকী মহিলা আৰু এজন পুৰুষ
  • তিনিদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলাৰ মৃতদেহ শৌচাগাৰৰ গাঁতত উদ্ধাৰ হোৱাক কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি
  • মৃতদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ উত্তেজিত ৰাইজৰ
    তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ নিহত এগৰাকী মহিলা
  • ঘটনাস্থলীতে মৃত্যু শাহুৱেক ৰাধা তাঁতীৰ
  • গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত স্বামী আজয় তাঁতী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
  • পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লত অজয় তাঁতীক মৃত ঘোষণা

Intro:BIG BREAKING:-

তিনিচুকীয়াৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ ঘটনা

তিনিদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলা শৌচাগাৰৰ গাঁতত মৃত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

মৃতদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ স্বামী আৰু শাশুৱেকক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ উত্তেজিত ৰাইজৰ

ঘটনাস্থলীতে মৃত্যু ৰাধা তাঁতী নামৰ এগৰাকী মহিলা। আন্যহাতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত আজয় তাঁতী নামৰ ব্যক্তি জনক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল
Last Updated : Jun 7, 2019, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.