ETV Bharat / state

তিনিচুকীয়াত ধুমুহাৰ তাণ্ডৱঃ নিহত 2 শিশু - thunder

ধুমুহাৰ ফলত গাঁওখনৰ নিবাসী লুঠা হাছাওৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ পৰি থিতাতে নিহত হয় দুই শিশু ক্ৰমে লুঠা হাছাৰোৰ পুত্ৰ জোনাথান হাছা আৰু সুশীল হাছা ৷

তিনিচুকীয়াত ধুমুহাৰ তাণ্ডবঃ নিহত 2 শিশু
author img

By

Published : May 13, 2019, 11:21 AM IST

তিনিচুকীয়া, 13 মেঃ তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ নেপালী চিৰিং গাঁৱত দেওবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই সমগ্ৰ অঞ্চলত ধ্বংসলীলাৰ সৃষ্টি কৰে৷ ধুমুহাজাকৰ ফলত গাঁওখনৰ নিবাসী লুঠা হাছাওৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ পৰি থিতাতে নিহত হয় দুই শিশু ক্ৰমে লুঠা হাছাৰোৰ পুত্ৰ জোনাথান হাছা আৰু সুশীল হাছা৷ লগতে লুঠা হাছাওৰ পত্নী ​আৰু কন্যাও গুৰতৰভাৱে আহত হয়৷ ধুমুহাত আহত লোকসকলক ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰোৱা হয়৷

তিনিচুকীয়াত ধুমুহাৰ তাণ্ডবঃ নিহত 2 শিশু

আনহাতে, ডাঙৰী হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত সোমবাৰে অনুষ্ঠিত হবলগীয়া সোনোৱাল কচাৰীৰ বসুৱা উৎসৱৰ পেণ্ডেল ভাঙি পৰে ৷ এই অনুষ্ঠানত মূখ্যমন্ত্ৰীও উপস্থিত থকাৰ কথা আছিল৷ সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালকৈ তিনিচুকয়াত হোৱা এই ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে সমগ্ৰ অঞ্চলটোত৷

Intro:Date: 13-05-2019

Story: ডাঙৰীত ধুমুহাৰ তাণ্ডৱ ।
:গছ পৰি দুটি শিশু নিহত ।
: মুখ্যমন্ত্ৰীৰ কাৰ্যসুচীৰ পেণ্ডেল ভাঙিল ।

V/O; তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ নেপালী চিৰিং গাৱঁত দেওবাৰে নিশা ৮:৩০ বজাত অহা অজাক বিধংসী ধুমুহাত এটা বাসগৃহৰ ওপৰত এটা প্ৰকাণ্ড গছ বাগৰি পৰাত প্ৰয়াত লুঠা হাছাৰ পুত্ৰ জোনাথান হাছা(১০) আৰু সুশীল হাছা(৫) ৰ থিতাতে নিহত হ'য় ৷ ঘটনাত মাতৃ চেটেং হাছা আৰু কন্যা দিপালী হাছাও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ আহতসকলক ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰা হৈছে ।

অন্যহাতে, ডাঙৰী হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত আজি মুখ্যমন্ত্ৰীৰ কাৰ্যসুচীৰ পেণ্ডেলো ভাঙি যায় ধুমুহাত । পেণ্ডেলটোত আজি সোনোৱাল কচাৰীসকলৰ বসুৱা উতসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল ।

Byte: স্থানীয় ৰাইজ ।Body:Date: 13-05-2019

Byte: স্থানীয় ৰাইজ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.