ETV Bharat / state

খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰ্দৈগুৰিবাসী - তিনিচুকীয়া

চৰকাৰে গৰা খহনীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত ধন মোকলাই দি আহিছে যদিও এই অঞ্চলটোৰ অৱস্থাৰ বৰ্তমানলৈ কোনো পৰিৱৰ্তন নোহোৱাৰ ফলতে প্ৰতি বছৰে নিজ চকুৰ সন্মুখতে নদীৰ বুকুত সৰ্বস্ব হেৰুৱাই আহিছে কৰ্দৈগুৰিবাসীয়ে ৷

গৰা খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰদৈগুৰিবাসীগৰা খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰদৈগুৰিবাসী
author img

By

Published : May 12, 2019, 11:44 AM IST

Updated : May 12, 2019, 2:34 PM IST

তিনিচুকীয়া, 12 মেঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩নং কৰ্দৈগুৰিৰ এক বিস্তীৰ্ণ অঞ্চল বৰ্তমান খহনীয়াৰ কবলত ৷ অঞ্চলটোৰ বহুকেইটা পৰিয়াল ইতিমধ্যে গৃহহাৰা হৈছে ৷ টালি-টোপোলা বান্ধি নিৰাপদ শিবিৰলৈ ঢাপলি মেলিছে কৰ্দৈগুৰিবাসীয়ে ৷ কিন্তু বৰ্তমানলৈও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকৰে ৷

গৰা খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰদৈগুৰিবাসী

উল্লেখ্য যে চৰকাৰে গৰা খহনীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত ধন মোকলাই দি আহিছে যদিও এই অঞ্চলটোৰ অৱস্থাৰ বৰ্তমানলৈ কোনো পৰিৱৰ্তন নোহোৱাৰ ফলতে প্ৰতি বছৰে নিজ চকুৰ সন্মুখতে নদীৰ বুকুত সৰ্বস্ব হেৰুৱাই আহিছে কৰ্দৈগুৰিবাসীয়ে ৷ সেয়ে পৰিৱৰ্তনকামী চৰকাৰলৈ ৰাইজৰ আহ্বান-শীঘ্ৰে গৃহহাৰাসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত এনেদৰে নদীৰ বুকুত নাইকিয়া হৈ যাব একোখনকৈ গাঁও৷

Intro:Date: 12-05-2019

Story: কৰদৈগুৰিৰ গঢ়া খহনীয়াত আক্ৰান্তৰ ক্ৰন্দন শুনিব কোনে ?

:কেইদিনমানৰ পাছতেই নদীত জাহ যাব সপোনৰ ঘৰখন

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩নং কৰ্দৈগুৰিৰ এক বৃস্ত্ৰীন্ন অঞ্চল বৰ্তমান খহনীয়াৰ কবলত । অঞ্চলটোৰ বহুকেইটা পৰিয়ালে ইতিমধ্যে টালি টোপোলা বান্ধি নিৰাপদ আশ্ৰয় শিবিতলৈ ঢাপলি মেলিছে । সপোনৰ ঘৰখন নিজ চকুৰ সন্মুখতে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । চৰকাৰে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত টকা মোকোলাই আহিছে যদিও এই অঞ্চলটোত আজিলৈকে একো এটা কামেই নোহোৱাৰ অভিযোগ কৰিছে খহনীয়াত ঘৰ, মাটি হেৰুওৱা দুৰ্ভগীয়া পৰিয়াল বিলাকে । নিজৰ হেঁপাহৰ ঘৰখন চকুৰ সন্মুখতে নদীৰ বুকুত জাহ যাবলৈ লোৱাত হুকহুকাই কান্দি উঠিছে দূৰভোগীয়া পৰিয়াল কেইটাই ।

Byte:- দূৰভোগীয়া লোক ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 12-05-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
Last Updated : May 12, 2019, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.