ETV Bharat / state

চুলাই ট্ৰেজেদী! 3 অনাথ শিশুৰ দায়িত্ব ললে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ - child education

সামান্য কেইটামান টকা ঘোষণা কৰি অনাথ শিশুৰ প্ৰতি দায়িত্ব সামৰিলে চৰকাৰে আৰু সেই দায়িত্ব পালন কৰিলে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে ৷

চুলাই ট্ৰেজেদী! 3 অনাথ শিশুৰ গুৰু দায়িত্ব পালন বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে
author img

By

Published : Apr 26, 2019, 10:50 PM IST

তিনিচুকীয়া, 26 এপ্ৰিলঃ যোৰহাট জিলাৰ অন্তৰ্গত বৰহোলা বিষাক্ত চুলাই খাই মৃত্যু হোৱা 62 জন লোকৰ সন্তানসমূহৰ শিক্ষাৰ দায়িত্ব ল'লে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে৷ শুকুৰবাৰে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বিষয়বৱীয়া সকলে 8 নম্বৰ লাইনৰ অনাথ হোৱা 3 টা শিশুৰ পঢ়ুৱাওৰ দায়িত্ব লয় ৷

চুলাই ট্ৰেজেদী! 3 অনাথ শিশুৰ গুৰু দায়িত্ব পালন বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে

আৰু পঢ়ক অৱশেষত নুনমাটি আৰক্ষীৰ জালত শিশু ধৰ্ষণকাৰী

ক্ৰমান্নয়ে অন্ধকাৰৰ গৰাহলৈ যোৱা এই শিশু সকলৰ গুৰু দায়িত্ব আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে লোৱাৰ কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে মাত্ৰ কেইটামান টকা দি নিজ দায়িত্ব সামৰা চৰকাৰ খনৰ আগত লগতে সমাজত এক অনন্য উদাহৰণ দাঙি ধৰে সংগঠনটোৱে৷

Intro:সমগ্ৰ অসম কপোৱা চুলাই ট্ৰেজেতি সকলোৰে মনত আছে যোৰহাট জিলাৰ অন্তৰ্গত বৰহোলা বিষাক্ত চুলাই খাই মৃত্যু হৈছিল 62 জন লোক ।নিথৰুৱা হল বহুত পৰিয়াল ।কিন্তু আজি পয্যান্ত চৰকাৰে ঘোষণা কৰা দুই লাখ টকা সাহাৰ্য্য নাপালে বহুত পৰিয়ালে । সামান্য কেইটকা ঘোষণা কৰি দায়িত্ব সামৰি মাৰিলে ৰাজ্য চৰকাৰে । যি সকল শিশুৰ মাতৃ পৃতি দুয়ো গৃহ হাৰা হল তাৰ দায়িত্ব চৰকাৰে নোলোৱা দেখি আগ বাঢি আহিল বৰহোলা আঞ্চলিক যুৱ ছাত্র পৰিষদৰ বিষয় ববীয়া সকল ।Body:আজি বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ বিষয় বৱীয়া দায়িত্ব ললে বৰহোলা আঠ নৱম্বৰ লাইন অনাথ হোৱা তিনি টি শিশুৰ পঢ়ুৱাওৰ দায়িত্ব । এই শিশু তিনিটা যাতে উজ্জ্বল ভৱিষ্যত অন্ধকাৰ নহয় তাৰ বাবে এই প্ৰয়াস ।সচাই অতি গুৰু দায়িত্ব পালন কৰিব উলাছে যুৱ ছাত্ৰ পৰিষদৰ বিষয় ববীয়া সকল। কাণ হাৰ নাই অসম চৰকাৰ এই অনাথ হোৱা শিশু সকলৰ ভবিষ্যতে কোনো দিশে ।আজি etv ভাতৰ আমি দেখোৱাম এটা বাস্তৱ ছবি।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.