ETV Bharat / state

তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ

মঙলবাৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলাৰ কাৰ্যালয়ত এখন সদস্য যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয়। য'ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 128 জন, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, ফিলাবাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ লগতে 20 জন স্থানীয় যুৱকে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ
তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ
author img

By

Published : Mar 2, 2021, 10:42 PM IST

তিনিচুকীয়া,2মাৰ্চ: সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে এতিয়া তৎপৰতা বাঢ়িছে সকলো ৰাজনৈতিক দলৰ । মঙলবাৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলাৰ কাৰ্যালয়ত এখন সদস্য যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয়। য'ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 128 জন, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, ফিলাবাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ লগতে 20 জন স্থানীয় যুৱকে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

উল্লেখ্য যে, অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 2021 চনৰ বিধানসভা নিৰ্বাচনত 27 মাৰ্চত উজনি অসমৰ 47টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাকে লৈ এতিয়া তিনিচুকীয়া জিলাৰ সকলো ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে নিজ নিজ ৰণকৌশল । মঙলবাৰৰ যোগদান অনুষ্ঠানত সভাপতিত্বত কৰে তিনিচুকীয়া জিলাৰ সভাপতি নৱজ্যোতি বৰাই ।

লগতে পঢ়ক:অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.