ETV Bharat / state

তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - প্ৰতিবাদ

অসমত থকা চাহ জনগোষ্ঠীয়-আদিবাসীসকলৰ বিষয়ে বিশিষ্ট সাহিত্যিক সুশীল কুর্মীয়ে লিখা এক অধ্যায়ৰ বিৰুদ্ধাচৰণ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈআছাই । সংগঠনটোৰ অভিযোগ যে সুশীল কুর্মীয়ে অসমত বসবাস কৰা আদিবাসী সকলৰ ভুল ব্যাখ্যা আগবঢ়াই স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল বিভ্ৰান্ত কৰিব বিচাৰিছে ।

পাঠ্যপুঠিৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ
author img

By

Published : Jun 1, 2019, 9:40 PM IST

তিনিচুকীয়া, ১ জুনঃ অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা "বৈচিত্ৰ্যময় অসম" পাঠ্যপুথিখনকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । আদিবাসী সাহিত্যিক সুশীল কুর্মীৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ ।

অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে দ্রুতপাঠ হিচাপে প্ৰকাশ কৰা "বৈচিত্ৰ্যময় অসম" নামৰ পাঠ্যপুথিৰ এটা বিশেষ অধ্যায়ক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । পাঠ্যপুথিখনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিবৃত্তৰ বিষয়ে লেখকসকলে বৰ্ণনা দাঙি ধৰিছে । অসমত থকা চাহ জনগোষ্ঠীয়-আদিবাসীসকলৰ বিষয়ে বিশিষ্ট সাহিত্যিক সুশীল কুর্মীয়ে লিখা এক অধ্যায়ৰ বিৰুদ্ধাচৰণ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈআছাই । সংগঠনটোৰ অভিযোগ যে সুশীল কুর্মীয়ে অসমত বসবাস কৰা আদিবাসী সকলৰ ভুল ব্যাখ্যা আগবঢ়াই স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল বিভ্ৰান্ত কৰিব বিচাৰিছে । ইয়াৰ বিৰুদ্ধে আজি আছাৰ তিনিচুকীয়া জিলা সমিতি আৰু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা গান্ধী চকত সাহিত্যিক সুশীল কুর্মীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায় ।

পাঠ্যপুঠিৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ

লগতে আন এটা বাতৰি-

বকলীয়াঘাটত দুই উগ্ৰপন্থী কেডাৰ গ্ৰেপ্তাৰ

Intro:Date: 01-06-2019

Sluge: ডুমডুমাত অসম মাধ্যমিক শিক্ষা পৰিষদৰ কিতাপৰ লেখকৰ প্রতিমুর্তী দাহ আদিবাসী ছাত্ৰ সন্থাৰ ।

V/O: অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে দ্রুতপাঠ হিচাপে প্ৰকাশ কৰা "বৈচিত্ৰ্যময় অসম" নামৰ পাঠ্যপুথিৰ এটা বিশেষ অধ্যায় (লেচন)ক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থায়ে তীব্ৰ প্ৰতিবাদ জনাইছে । পাঠ্যপুথি খনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিবৃত্ত ওপৰত বিভিন্ন জাতি জনগোষ্ঠী বিষয়ে লেখক সকলে লেখা আগবঢ়াইছে । অসমত থকা চাহ জনগোষ্ঠীয়-আদিবাসী সকলৰ বিষয়ে বিশিষ্ট সাহিত্যিক সুশিল কুর্মীয়ে যি লেখনি দিছে "আছা"য়ে ইয়াৰ বিৰোদ্ধাচৰণ কৰা দেখা গৈছে । সংগঠনটোৰ অভিযোগ যে, সুশীল কুর্মীয়ে অসমত বসবাস কৰা আদিবাসী সকলৰ ভূল ব্যাখ্যা আগবঢ়াই স্কুলীয়া ছাত্ৰ- ছাত্ৰীক বিভ্ৰান্তি কৰিব বিছাৰিছে । ইয়াৰ বিৰোদ্ধে আজি "আছা" তিনিচুকীয়া জিলা সমিতি আৰু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা গান্ধী চকত সাহিত্যিক সুশীল কুর্মীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনাই ।

Byte: আছা নেতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 01-06-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.