ETV Bharat / state

বন্ধৰ বিৰুদ্ধে সৰৱ চন্দ্ৰমোহন পাটোৱাৰী - Tinisukia

তিনিচুকীয়াত শুভাৰম্ভ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ

author img

By

Published : Feb 13, 2019, 9:36 PM IST

তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাত বুধবাৰে কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ । এই অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পৰিবহণ মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

তিনিচুকীয়াত শুভাৰম্ভ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ
অনুষ্ঠানত জিলাখনৰ প্ৰতিখন পঞ্চাশৰ পৰা ২০০ গৰাকীকৈ হিতাধিকাৰীক মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ বাবে ৫০০০হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয় ।
undefined

এই অনুষ্ঠানতেই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ধাৰাবাহিক ভাবে দল সংগঠনে বন্ধ দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে।

Intro:OC/VO:-তিনিচুকীয়া জিলা কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থানীয় আই.টি. আইৰ খেলপথাৰত বুধ বাৰে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু পৰিবহণ মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। অনুষ্ঠানত জিলাখনৰ প্ৰতিখন পঞ্চাশতৰ ২০০ গৰাকীকৈ হিতাধিকাৰীক মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ বাবে ৫০০০হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। ইফালে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ধাৰাবাহিক ভাবে দল সংগঠনে বন্ধ দিয়া কাৰ্য্যক তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে।

Body:BYET:- চন্দ্ৰ মোহন পাটোৱাৰী,

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খটোৱাল ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.