ETV Bharat / state

হৰ্ছ ট্ৰেডিং কংগ্ৰেছ মহাজোঁটৰ এখন নাটক:অতুল বৰা

author img

By

Published : Apr 10, 2021, 9:25 PM IST

হৰ্ছ ট্ৰেডিং কংগ্ৰেছ মহাজোঁটৰ নাটকৰ বাহিৰে আন একো নহয় ৷ তিনিচুকীয়া অগপ কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যজুৰি চৰ্চিত হৰ্ছ ট্ৰেডিং প্ৰসংগত এই মন্তব্য কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৷ তদুপৰি সভাপতিগৰাকীয়ে মন্তব্য কৰি কয়,শাসনাধিষ্ঠিত দলে হৰ্ছ ট্ৰেডিঙৰ দৰে কাৰ্যকলাপক প্ৰশ্ৰয় নিদিয়ে ৷

agp-president-atul-bora-reaction-about-horse-trading
হৰ্ছ ট্ৰেডিং কংগ্ৰেছ মহাজোঁটৰ এখন নাটক:অতুল বৰা

তিনিচুকীয়া,10এপ্ৰিল: হৰ্ছ ট্ৰেডিং কংগ্ৰেছ মহাজোঁটৰ নাটকৰ বাহিৰে আন একো নহয় ৷ শনিবাৰে তিনিচুকীয়া অগপ কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যজুৰি চৰ্চিত হৰ্ছ ট্ৰেডিং প্ৰসংগত এই মন্তব্য কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৷

তদুপৰি সভাপতিগৰাকীয়ে মন্তব্য কৰি কয়,শাসনাধিষ্ঠিত দলে হৰ্ছ ট্ৰেডিঙৰ দৰে কাৰ্যকলাপক প্ৰশ্ৰয় নিদিয়ে ৷ অসমৰ ৰাইজে ইতিমধ্যে বিজেপি মিত্ৰজোঁটক আকোঁৱালি লৈছে ৷ ইয়াৰ উপৰি বিগত সময়চোৱাত চৰকাৰৰ কাম-কাজৰ প্ৰতি সন্তুষ্ট হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ আনহাতে বিজেপি মিত্ৰজোঁটৰ নেতৃত্বতে পৰৱৰ্তী চৰকাৰ গঠন হ'ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক:লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.