ETV Bharat / state

ডিগবৈত আটছাৰ তীব্ৰ প্ৰতিবাদ - ডিগবৈ সমষ্টি

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰা , মাটিৰ পট্টা প্ৰদান আৰু বাগিছাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ ৷ বুধবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বিনাপানী চাহ বাগিছাত আটছাৰ ডিগবৈ শাখা সমিতি আৰু টিংৰাই উপ শাখাৰ উদ্যোগত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

AATSA strong protest at digboi
ডিগবৈত আটছাৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Sep 23, 2020, 11:00 PM IST

ডিগবৈ,23ছেপ্তেম্বৰঃচাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰা , মাটিৰ পট্টা প্ৰদান আৰু বাগিছাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ ৷ বুধবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বিনাপানী চাহ বাগিছাত আটছাৰ ডিগবৈ শাখা সমিতি আৰু টিংৰাই উপ শাখাৰ উদ্যোগত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ডিগবৈত আটছাৰ তীব্ৰ প্ৰতিবাদ

শ্ৰমিক সকলক প্ৰতিখন চৰকাৰে কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়াৰহে অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলা, আঞ্চলিক আৰু প্ৰতিখন শাখা সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.