ETV Bharat / state

চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ - টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানী

তিনিচুকীয়া জিলাৰ ধলাস্থিত শদিয়া টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানীৰ অধীনত বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ ৷ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

aatsa-protest-at-tinsukia
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ
author img

By

Published : Dec 1, 2020, 7:47 PM IST

ডুমডুমা, 1 ডিচেম্বৰঃ মঙলবাৰে আটছাৰ তালাপ শাখাৰ উদ্যোগত আৰু ছৈখোৱা উপ শাখাৰ সহযোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ তিনিচুকীয়া জিলাৰ ধলাস্থিত শদিয়া টি.ফ্ৰণ্টিয়াৰ চাহ কোম্পানীৰ অধীনত বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত ধলা চাহ বাগিচাত এই প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ তদুপৰি বাগিছাৰ মাটি ধলাৰ একাংশ বনিয়াই অবৈধ দখল কৰাৰো বিৰোধিতা কৰে আটছাই ৷

প্ৰতিবাদকাৰীৰ অভিযোগ, আটছাই শ্ৰমিকৰ স্বাৰ্থত বাগিচাৰ কৰ্তৃপক্ষৰ বিপক্ষে বছৰ বছৰ ধৰি আন্দোলন কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়কঃ বাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.