ETV Bharat / state

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা - tinsukia

নামভৰ্তিক কেন্দ্ৰ কৰি সৃষ্টি অনাকাংক্ষিত পৰিস্থিতিৰ ৷ নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক অতিশীঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ দাবীত আটছাৰ দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৷

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা
author img

By

Published : Jul 20, 2019, 3:48 PM IST

ডুমডুমা, 20 জুলাই : ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খত নামভৰ্তিক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত আসনৰ সংখ্যা তেনেই সীমিত । যাৰ পৰিপেক্ষিততে হাইস্কুল আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । এই সম্পৰ্কত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাৎক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আটছাৰ ।

নামভৰ্তিক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত ডুমডুমা

তাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডুমডুমা শাখা সমিতিয়ে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক লৈ ডুমডুমাৰ বৰহাপজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে ২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ দাবী, ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত প্ৰায় ৭৩২ গৰাকী শিক্ষাৰ্থীক অতিশীঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতেই ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ কাম শীঘ্ৰেই আৰম্ভ কৰক ৷

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু যান-বাহন ৷

Intro:Date: 20-07-2019

Special Report:

Sluge: ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি পুণৰ উত্তপ্ত ডুমডুমা ।

V/O: অসমৰ চাহ নগৰী ৰূপে ক্ষাত বৃহত্বৰ ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সিমিত । যাৰ পৰিপেক্ষিতত হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । এই বিষয়ে অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাতক্ষণিক ভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি প্ৰজন্ত একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই । শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডুমডুমা শাখা সমিতিয়ে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক লৈ ডুমডুমাৰ বৰহাপজানত ২ ঘণ্টীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে, ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনসমূহ আৱদ্ধ হৈ পৰে । প্ৰতিবাদকাৰীসকলে ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত প্ৰায় ৭৩২ গৰাকী শিক্ষাৰ্থীক অতিসিঘ্ৰে নামভৰ্তিৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ কাম সিঘ্ৰেই আৰম্ভ কৰিবলৈ দাবী জনাই । অন্যহাতে ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা চৰকাৰীকৰণ, মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিক শাখাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ডুমডুমা অঞ্চলৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয় আৰু কাৰিকৰী মহাবিদ্যালয় স্থাপনৰ দাবী জনাই অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Byte: আটছা নেতা ।Body:Date: 20-07-2019

Byte: আটছা নেতা ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.