ETV Bharat / state

লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ

author img

By

Published : Dec 3, 2019, 9:14 PM IST

গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ ৷ অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আমছুৰ ৷

ETV BHARAT
লেখক সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী আমছুৰ

তিনিচুকীয়া,3 ডিচেম্বৰ: "ইছলাম আৰু কোৰাণৰ কলংকৃত কথাবোৰ " শীৰ্ষক গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ ৷ উল্লেখ্য যে গ্ৰন্থ খনৰ উপৰিও কিছুদিন পূৰ্বে তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰি ইছলাম আৰু কোৰাণ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল লেখক বৰাই ৷

লেখকজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙলবাৰে তিনিচুকীয়া জিলা সমিতিৰ সদস্য সকলে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে তিনিচুকীয়া থানা চাৰি আলিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰি লেখকগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ৷ লগতে লেখক জনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

Intro:Breaking

তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতিৰ উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচী ।

"ইছলাম আৰু কুৰ‌আনৰ কলংকৃত কথাবোৰ " শীৰ্ষক গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সংগঠনটোৰ ।

লেখক বৰাই তিনিচুকীয়াত সংবাদমেল সম্বোধন কৰি ইছলাম আৰু কুৰাণ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰিছিল ।

সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে তিনিচুকীয়া থানা চাৰি আলিৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰি লেখকগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ।

ইফালে অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।Body:BYET:- নেতা আমছুConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.