শদিয়া, 5 এপ্ৰিলঃ শদিয়াৰ ৩২ জন লোকক দেওবাৰে তিনিচুকীয়া জিলা প্ৰশাসনে কভিদ-১৯ ৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎস্যালয়লৈ প্ৰেৰণ কৰে ৷ আটাইকেইজন লোকৰ দিল্লীৰ জামাতৰ লগত কোনো সম্পৰ্ক নাই যদিও, লোক কেইজন নলবাৰী, তিনিচুকীয়া আৰু অৰুণাচলৰ কৰ'ণা আক্ৰান্ত লোককেইজনৰ সংস্পৰ্শলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সেয়ে জিলা প্ৰশাসনৰ সহায়ত শনিবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ লৈ অনা হয় 32 জন লোকক ৷ লোক কেইজন শদিয়াৰ চাপাখোৱা মছজিদ পট্টি, শান্তিপূৰ আৰু মোগলপুৰৰ বুলি জানিব পৰা গৈছে ৷
শদিয়াৰ সন্দেহজনক ৩২ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ - 32 people from sadia corona tested
লোক কেইজন নলবাৰী, তিনিচুকীয়া আৰু অৰুণাচলৰ কৰ'ণা আক্ৰান্ত লোককেইজনৰ সংস্পৰ্শলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷