ETV Bharat / state

মানকাচৰত ৩ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ - দক্ষিণ শালমাৰা মানকাচৰ

চিনাক্তকৰণ কৰা ৮ জন লোকৰ ভিতৰত ৩ জন লোকক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ আইছলেছন কক্ষত ৰাখি ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ তিনিওজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

৩ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ
৩ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ
author img

By

Published : Apr 2, 2020, 2:47 PM IST

মানকাছাৰ, 2 এপ্ৰিল: দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ গ্রহন কৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৯ জন লোকৰ ভিতৰত ৮ জনক চিনাক্ত কৰিছে জিলা প্রশাসনে। ইতিমধ্যে মানুহ কেইজনৰ তেজৰ নমুনা সংগ্রহ কৰি প্ৰেৰণ গুৱাহাটী মেডিকেল কলেজলৈ কৰা হৈছে। দিল্লীৰ পৰা পোৱা তথ্যমতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৯ জন লোকৰ ভিতৰত ৮ জনক এতিয়ালৈকে চিনাক্ত কৰিছে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে।

চিনাক্তকৰণ কৰা ৮ জন লোকৰ ভিতৰত ৩ জন লোকক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ আইছলেছন কক্ষত ৰাখি ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

৩ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ

দিল্লীলৈ যোৱা বাকী ছয়জনকৈ লোকৰ সন্ধান আৰু উদ্ধাৰ অভিযান চলাইছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। যদিও উল্লেখিত লোক সকলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.