ETV Bharat / state

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন বিবাহিত পুৰুষ

author img

By

Published : Aug 7, 2020, 5:31 PM IST

তেজপুৰৰ তল গেৰেকীত অঘটন ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলৰ ওপৰত বহি বৰশী বাই থকা অৱস্থাত আকস্মিকভাৱে ব্ৰহ্মপুত্ৰত পিচলি পৰাত সন্ধানহীন হয় বাবুল দাস নামৰ এগৰাকী ৩২ বছৰীয়া বিবাহিত যুৱক ।

Youth Goes Missing In Brahmaputra River
তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন বিবাহিত পুৰুষ

তেজপুৰ, 7 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰ দুপৰীয়া তেজপুৰৰ তল গেৰেকীত এক অঘটন সংঘটিত হয় ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলৰ ওপৰত বহি বৰশী বাই থকা অৱস্থাত আকস্মিকভাবে ব্ৰহ্মপুত্ৰত পিচলি পৰাত সন্ধানহীন হয় বাবুল দাস নামৰ এগৰাকী ৩২ বছৰীয়া বিবাহিত যুৱক ।

তথ্য অনুসৰি, গুৱাহাটী সমীপৰ্তী মিৰ্জাৰ বাসিন্দা বাবুল দাস তেজপুৰত অস্থায়ীভাবে বসবাস কৰা পত্নীৰ ওচৰলৈ আহিছিল ৷ বৰ্তমানলৈ সন্ধান নোপোৱা বাবুল দাসৰ সন্ধান বিচাৰি ব্ৰহ্মপুত্ৰত NDRF আৰু SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, এটা সন্তানৰ পিতৃ বাবুল দাসৰ আকস্মিক দুৰ্যোগত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : প্ৰাপ্যৰ দাবীত বাক্সাত অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.