ETV Bharat / state

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া

শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে নামেৰী বনকৰ্মীৰ এটা দলে অভিযান চলাই এটা হস্তনিৰ্মিত বন্দুকৰ সৈতে এটা চোৰাং কাঠকটীয়া

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া
author img

By

Published : May 8, 2019, 7:53 PM IST

ৰঙাপৰা,৮ মে': শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে নিশা নামেৰী বন কৰ্মীৰ এটা দলে অভিযান চলাই আটক কৰে এটা চোৰাং কাঠকটীয়া। লগতে জব্দ হয় এটা হস্তনিৰ্মিত বন্দুক।

শোণিতপুৰৰ নামেৰীত আটক চোৰাং কাঠকটীয়া

আৰু পঢ়কঃঅসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে নিৰ্বাচনী আচৰণবিধি

নিশা বনাঞ্চলখনত নামেৰীৰ বনকৰ্মীৰ এটা দলে নিয়মীয়া তালাচী চলোৱাৰ সময়তে বনাঞ্চলখনৰ ভিতৰত কাঠকাটি থকাৰ সময়তে মুঠ সাতজন চোৰাং কাঠকটীয়াৰ ভিতৰত গিৰীন্দ্ৰ শইকীয়া নামৰ এটা চোৰাংচিকাৰীক আটক কৰে। ইফালে বনকৰ্মী অহাৰ উমান পাই পলায়ন কৰে আন ছয়জন চোৰাং কাঠকটীয়াই । জানিব পৰা মতে,আটক কৰা চোৰাং কাঠকটিয়াটোৰ ঘৰ চাৰিদুৱাৰৰ ভালুকমাৰীত।

Intro:শোণিতপুৰৰ নামেৰীত চোৰাং কাঠকটীয়া আটকঃ এটা হস্তনিৰ্মীত বন্দুক উদ্ধাৰ।Body:ৰঙাপৰাঃ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা নিশা নামেৰী বন কৰ্মীৰ এটা দলে অভিযান চলাই এজন চোৰাং কাঠকটীয়াক আটক কৰিবলৈ সক্ষম হয়। লগতে এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হয়। নিশা বনাঞ্চলখনত নামেৰী বনকৰ্মীৰ এটা দলে নিয়মীয়া তালাচী চলোৱাৰ সময়তে বনাঞ্চলখনৰ ভিতৰত কাঠকাটি থকাৰ সময়তে মুঠ সাতজন চোৰাং কাঠকটিয়াৰ ভিতৰত গিৰীন্দ্ৰ শইকীয়াক আটক কৰে যদিও আন ছয়জন চোৰাং কাঠকটিয়া পলাই যাবলৈ সক্ষম হয় । ইয়াৰে পলায় যাবলৈ সক্ষম হোৱা চোৰাং কাঠকটীয়া কেইটাই ব্যবহাৰ কৰা এটা হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। উল্লেখে যে, আটক কৰা চোৰাং কাঠকটিয়াটোৰ ঘৰ চাৰিদুৱাৰৰ ভালুকমাৰীত বুলি জানিব পৰা গৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.