ETV Bharat / state

তেজপুৰৰ মহিলা নিৰুদ্দেশ - মহিলা

অৰুণ বৰাৰ পত্নী নীলিমা বৰাই পুৱা 5 বজাত গণেশ মন্দিৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে এই সম্পৰ্কে কছাৰীগাঁও আৰক্ষী চকীক একেদিনাই অৱগত কৰিছিল যদিও বৰ্তমানলৈকে 63 বছৰীয়া মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

তেজপুৰৰ মহিলা নিৰুদ্দেশ
author img

By

Published : May 22, 2019, 7:56 PM IST

তেজপুৰ, 22 মে': তেজপুৰৰ কমাৰচুবুৰীৰ এগৰাকী মহিলা বিগত 2 মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ পৰিয়াল ৷ অৰুণ বৰাৰ পত্নী নীলিমা বৰাই পুৱা 5 বজাত গণেশ মন্দিৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে এই সম্পৰ্কে কছাৰীগাঁও আৰক্ষী চকীক একেদিনাই অৱগত কৰিছিল যদিও বৰ্তমানলৈকে 63 বছৰীয়া মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ প্ৰায় 5 ফুট উচ্চতাৰ মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ দিনা সেউজীয়া ৰঙৰ শাৰী পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল ৷ আনহাতে মহিলাগৰাকীৰ ম'বাইল ফোনটোও চুইছ অফ্ হৈ আছে ৷ কোনো লোকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সম্বেদ লাভ কৰিলে স্বামী অৰুণ বৰাৰ 8723899428 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Intro:তেজপুৰৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা ৷

আৰক্ষীৰ সহায় বিছাৰিছে পৰিয়ালৰ লোকে ৷

 তেজপুৰ ২২ মে’: তেজপুৰৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী ৬৩ বছৰীয়া মহিলা ৷ তেজপুৰ কমাৰচুবুৰী নিবাসী অৰুণ বৰাৰ পত্নী নিলিমা বৰা যোৱা ২ মে’ ত নিজ গৃহৰ পৰা পূৱা ৫ বজাত গণেশ মন্দিৰলৈ বুলি ওলাই গৈ  নিৰুদ্দদেশ  হৈ আছে মহিলা গৰাকী ৷ নিৰুদ্দেশ হোৱাৰ দিনটোত পৰিয়ালৰ লোকে স্হানীয় কছাৰীগাওঁ আৰক্ষী চকীত অৱগত কৰাৰ উপৰিও বিছাৰ খোছাৰ কৰে ৷ বিগত কুৰিটা দিনটো  আৰক্ষীয়েও মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰাই নহয় শংকাত দিন অতিবাহিত কৰিব লগীয়া হৈছে ৷ প্ৰায় ৫ ফুট উচ্চতাৰ বগা বৰণৰ মহিলা গৰাকীৰ পিন্ধনত সেউজীয়া ৰঙৰ পতি দিয়া বগা চিল্কৰ শাৰী ৷ ভৰিত হাৱাই চেন্দেল আৰু  অলংকাৰ পাতি তথা হাতত টকা পইচা বিশেষ নাই ৷ ৭৫৭৬০৩৯৩৭৯ নম্বৰৰ হাতত থকা মোবাইল ফোনটো চুইচ অফ হৈ আছে বুলি পৰিয়ালৰ লোকে জনাইছে ৷  কোনো সদাশয় লোকে মহিলা গৰাকীৰ সম্ভেদ পালে তেজপুৰ কমাৰচুবুৰী অৰুণ বৰা ৮৭২৩৮৯৯৪২৮ নম্বৰ অথবা নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিবৰ বাবে অনুৰোধ জনাইছে ৷ Body:TezpurConclusion:Pranab kumar Das Tezpur
22/5/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.