ETV Bharat / state

দুষ্প্ৰাপ্য কাছ সংৰক্ষণৰ বাবে সজাগতা প্ৰম্প্লেট - WPNO

Wildlife Pioneer Nature Organisation ন WPNO নে উন্মোচন কৰে সজাগতা প্ৰম্প্লেট ৷ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সহযোগিতাত দুৰা কাছ ৰক্ষাৰ বাবে সজাগতাৰ প্ৰম্প্লেট উন্মোচন কৰে পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰে

কাছ সংৰক্ষণৰ বাবে সজাগতা প্ৰম্প্লেট
author img

By

Published : Sep 13, 2019, 2:20 PM IST

তেজপুৰ,১৩ ছেপ্টেম্বৰ: দুৰা কাছ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ ৷ Wildlife Pioneer Nature Organisation ন WPNO নে উন্মোচন কৰে সজাগতা প্ৰম্প্লেট ৷ পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ সহযোগিতাত দুৰা কাছ ৰক্ষাৰ বাবে সজাগতাৰ প্ৰম্প্লেট উন্মোচন কৰে পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰে ।

কাছ সংৰক্ষণৰ বাবে সজাগতা প্ৰম্প্লেট

উল্লেখ্য যে, দুষ্প্ৰাপ্য এই কাছবিধ ওখ ক্ৰান্তীয় বনাঞ্চলৰ পাহাৰীয়া দ্ৰুত বেগী নদ-নদী আৰু ব্ৰহ্মপুত্ৰৰ দুয়ো কাষে পোৱা যায় । বৰ্তমান এই প্ৰজাতিৰ কাছ বিলুপ্তিৰ পথত ৷ দুষ্প্ৰাপ্য এই কাছবিধৰ সংৰক্ষণৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Intro:তেজপুৰ,১৩ ছেপ্টেম্বৰ: wildlife pioneer nature organisatiন WPNO ৰ আৰু পশ্চিম শোণিতপুৰ বান সংমণ্ডলৰ সহযোগিতা দুৰা কাছ ৰক্ষাৰ বাবে সজাগতাৰ এক প্ৰম্প্লেট উন্মোচন কৰে পশ্চিম শোণিতপুৰ বন প্ৰাধিকাৰী ৰঞ্জিত কোঁৱৰে ।

Body:এইবিধ ভাৰতৰ উত্তৰ পূব প্ৰান্তত আৰু বাংলাদেশত পোৱা সৰু লোণ নোহোৱা বা মিঠা পানীৰ কাছ ।এই প্ৰজাতিৰ কাছ ওখ ক্ৰান্তীয় বনাঞ্চলৰ পাহাৰীয়া দ্ৰুত বেগী নদ-নদী আৰু ব্ৰহ্মপুত্ৰৰ দুয়ো কাষে পোৱা যায় ।
বৰ্তমান এই প্ৰজাতি প্ৰজনন প্ৰায় নোহোৱা হৈ পৰিছে।আৰু ইয়াক সুৰক্ষা প্ৰদান কৰা বাবে এই পদখেপ গ্ৰহণ কৰা হৈছে ।
bite: Dfo west sonitpur, ৰঞ্জীত কোঁৱৰ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
১৩/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.