ETV Bharat / state

অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত স্বৰ্নিম বিজয় মাছালক আদৰণি - Welcome to Swarnim Vijay Masal in Kamang sector

সোমবাৰে আৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা 16 ডিচেম্বৰ 2020 তাৰিখে ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল ৷ সেনাৰ জোৱান সকলে মাৰ্চ পাছ কৰি কামেং চেক্টৰত শীৰ্ষ সেনা বাহিনীৰ বিষয়াক এই শিখা অৰ্পণ কৰে ৷

welcome-to-swarnim-vijay-masal-in-kamang-sector-of-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত স্বৰ্নিম বিজয় মাছালক আদৰণি
author img

By

Published : Sep 13, 2021, 9:58 PM IST

তেজপুৰ, 13 ছেপ্টেম্বৰ : 1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ 50 বছৰৰ স্মৃতিত, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা 16 ডিচেম্বৰ 2020 তাৰিখে ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল (বিজয় শিখা)সোমবাৰে পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰৱেশ কৰে ৷ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে সেনাৰ জোৱান সকলে মাৰ্চ পাছ কৰি কামেং চেক্টৰত শীৰ্ষ সেনা বাহিনীৰ বিষয়াক এই শিখা অৰ্পণ কৰে ৷

Welcome to Swarnim Vijay Masal in Kamang sector of Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত স্বৰ্নিম বিজয় মাছালক আদৰণি

ভাৰতীয় সেনাই 1962 চনৰ ভাৰত-চীন যুদ্ধৰ কামেং চেক্টৰৰ সেনাৰ চাউনিত প্ৰৱেশ কৰাৰ পূৰ্বে স্থানীয় লোকৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰে আৰু সেনাৰ চাউনিত উচ্চস্তৰীয় বিষয়া সকলে শ্ৰদ্ধাঞ্জলিৰে বিজয় শিখা আদৰণি জনায় ৷ এই বিজয় মাছাল 26 জুলাইত অসম-পশ্চিম বংগ সীমান্তত ভাৰতীয় সেনাৰ 101 এলেকাত প্ৰৱেশ কৰে আৰু তাৰ পিছত 27 জুলাইত শ্বিলঙৰ সেনাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷

পাকিস্তানৰ লগত হোৱা বাংলাদেশ মুক্তিৰ 50 বছৰৰ স্মৃতিত এই মাছাল উলিয়াই ভাৰতীয় সেনাই । এই গৌৰৱ বিজয় শিখা ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে টাৱাং ৱাৰ মেমৰিয়েল ভাৰত চীন সীমান্তৱৰ্তীৰ সেনাৰ চাউনিত চৰকাৰী ভাবে আদৰণি জনোৱা হ'ব বুলিও জানিব পৰা গৈছে ৷ উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷

লগতে পঢ়কঃ শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.