ETV Bharat / state

তেজপুৰত বিজেপিৰ প্ৰাৰ্থীক লৈ ভোটাৰৰ প্ৰতিক্ৰিয়া - BJP CANDIDATE

কাংশ ভোটাৰে যুৱ নেতাজনে প্ৰাৰ্থিত্ব লাভ কৰাক লৈ আশাবাদী বুলি প্ৰকাশ কৰিছে ৷ আনহাতে আঁচনিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভেদাভেদ কৰাৰ অভিযোগ একাংশ লোকৰ ৷

pallab
author img

By

Published : Mar 23, 2019, 1:00 PM IST

তেজপুৰ,23 মাৰ্চ : বহু জল্পনা-কল্পনাৰ অন্তত তেজপুৰত পল্লৱলোচন দাসক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাচতসমষ্টিবাসীৰ মাজত দেখা গ'ল মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ একাংশ ভোটাৰে যুৱ নেতাজনে প্ৰাৰ্থিত্ব লাভ কৰাক লৈ আশাবাদী বুলি প্ৰকাশ কৰিছে ৷ আনহাতে অন্য একাংশ ভোটাৰে তেওঁ বিধায়ক হৈ থাকোঁতে আঁচনিৰ সুবিধা প্ৰদান কৰাক লৈ ভেদাভেদ কৰাৰো অভিযোগ উত্থাপন কৰে ৷
একাংশ ভোটাৰে প্ৰকাশ কৰা অনুসৰি ৰাইজক ৰাইজৰ কল্যানৰ বাবে কাম কৰা প্ৰাৰ্থীৰ প্ৰয়োজন ৷ বিধায়ক তথা মন্ত্ৰী হিচাপে তেওঁ প্ৰকৃত হিতাধিকাৰীক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাত বিফল হোৱা বুলিও একাংশ ভোটাৰে প্ৰতিক্ৰিয়া আগবঢ়ায় ৷

ৰঙাপৰা : বহু জল্পনা-কল্পনাৰ অন্তত তেজপুৰ লোকসভা সমষ্টিত অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙাপৰাৰ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান। ইয়াকে লৈ ৰঙাপৰাৰ ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.